ৱিকিপিডিয়া:ঐক্যমত

ৱিকিপিডিয়াত ঐক্যমত বোলোতে সম্পাদকসকলে সমিলমিলৰ মাজত সম্পাদনা কৰাকে বুজায়। তেওঁলোকে মতভেদৰ সময়ত আলোচনা পৃষ্ঠাত আলোচনা কৰি বা ইজনে সিজনক ভদ্ৰভাৱে ফোন ক'ৰি বা মেইল বা ৱিকিৰে সদস্যজনৰ 'আলোচনা' পৃষ্ঠাত বা ফে'চবুকত মেচেজ ক'ৰি সমস্যাটো নিজৰ মাজতে সমাধান কৰি লোৱা উচিত। ডাঙৰ বিষয় যেনে 'এডমিন' নিৰ্বাচিত কৰা বা নতুন বেটুপাত install কৰা আদিৰ বাবে ৱিকিপিডিয়াৰ 'ৱিকিচ'ৰাত'ত আলোচনা কৰি আৰু প্ৰয়োজন হ'লে ভোট লৈ ল'ব লাগে।

Other Languages
azərbaycanca: Vikipediya:Konsensus
беларуская (тарашкевіца)‎: Вікіпэдыя:Кансэнсус
interlingua: Wikipedia:Consenso
Bahasa Indonesia: Wikipedia:Konsensus
srpskohrvatski / српскохрватски: Wikipedia:Konsenzus
Simple English: Wikipedia:Consensus
slovenščina: Wikipedija:Soglasje
татарча/tatarça: Википедия:Консенсус
oʻzbekcha/ўзбекча: Vikipediya:Konsensus