হিমাচল প্ৰদেশ


Himachal Pradesh

হিমাচল প্ৰদেশ

—   ৰাজ্য  —
মানালিৰ পৰা হিমালয়ৰ দৃশ্য
Located in the northwest part of the state
ছিমলা
Himachal Pradeshৰ অৱস্থান
স্থানাঙ্ক 31°6′12″N 77°10′20″E / 31°6′12″N 77°10′20″E / 31.10333; 77.17222
দেশ   ভাৰত
ৰাজ্য Himachal Pradesh
জিলা
জিলাৰ সংখ্যা ১২
প্ৰতিষ্ঠা ২৫ জানুৱাৰী, ১৯৭১
ৰাজধানী ছিমলা
মহানগৰ ছিমলা
ৰাজ্যপাল ঊৰ্মিলা সিংহ
মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধুমাল [1]
বিধানসভা (আসন) এককক্ষীয় [2] (৬৮)
উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি জাস্টিছ কুৰিয়ান জোছেফ [3]
জনসংখ্যা

• ঘনত্ব

6 ( 17th) (2001)

Lua error in Module:Convert at line 1769: attempt to index field 'en_option_name' (a nil value).

লিঙ্গ অনুপাত ৯৭০  ♂/ ♀
স্বাক্ষৰতা

• Male
• Female

৭৭.১৩%

• ৮৬.০৩%
• ৬৮.০৪%

চৰকাৰী ভাষা হিন্দী
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. +০৫:৩০)
মাটিকালি >  (21495 sq mi)
জলবায়ু

• অধঃক্ষেপন
উষ্ণতা
• গ্ৰীষ্মকালিন
• শীতকালিন


     1,469 mm (57.8 in)

     28 °C (82 °F)
     7 °C (45 °F)

ISO 3166-2 IN-HP
Portal.svg প্ৰবেশদ্বাৰ: হিমাচল প্ৰদেশ  
ৱেবছাইট হিমাচল প্ৰদেশৰ চৰকাৰী ৱেবছাইট
হিমাচল প্ৰদেশৰ চৰকাৰী প্ৰতীক


হিমাচল প্ৰদেশ ( হিন্দী: हिमाचल प्रदेश, পাঞ্জাৱী: ਹਿਮਾਚਲ ਪ੍ਰਦੇਸ਼) উত্তৰ ভাৰতৰ এখন ক্ষুদ্ৰকায় ৰাজ্য। এই ৰাজ্যখনৰ আয়তন ২১,৪৯৫ বৰ্গমাইল (৫৫,৬৭২ বৰ্গকিলোমিটাৰ)। [4] হিমাচল প্ৰদেশৰ উত্তৰ সীমাত জম্মু আৰু কাশ্মীৰ ৰাজ্য; পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত পাঞ্জাৱ ৰাজ্য; দক্ষিণে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ ৰাজ্য; দক্ষিণ-পূৱ দিশত উত্তৰাখণ্ড ৰাজ্য আৰু পূৱত তিব্বত অৱস্থিত। হিমাচল প্ৰদেশ শব্দটোৰ আক্ষৰিক অৰ্থ তুষাৰাবৃত পৰ্বতসংকুল অঞ্চল [5]


পাদটীকা

  1. http://himachal.gov.in/cm.htm Chief Minister of Himachal Pradesh
  2. http://hpvidhansabha.nic.in/ Himachal Pradesh Vidhan Sabha
  3. http://hphighcourt.nic.in/gifs/jprofile.htm High Court oF Himachal Pradesh
  4. "Statistical Facts about India". www.indianmirror.com. http://www.indianmirror.com/geography/geo9.html। আহৰণ কৰা হৈছে: 2006-10-26. 
  5. "Literal meaning of Himachal Pradesh". www.himachalpradesh.us. http://www.himachalpradesh.us/geography/himalayas_in_himachal.php। আহৰণ কৰা হৈছে: 2007-05-20. 
Other Languages
العربية: هيماجل برديش
azərbaycanca: Himaçal Pradeş
беларуская: Хімачал-Прадэш
беларуская (тарашкевіца)‎: Гімачал-Прадэш
български: Химачал Прадеш
বিষ্ণুপ্রিয়া মণিপুরী: হিমাচল প্রদেশ
brezhoneg: Himachal Pradesh
ދިވެހިބަސް: ހިމާޗަލް ޕްރަދޭޝް
français: Himachal Pradesh
गोंयची कोंकणी / Gõychi Konknni: Himachal Pradex
客家語/Hak-kâ-ngî: Himachal Pradesh
Fiji Hindi: Himachal Pradesh
hornjoserbsce: Himačal Pradeš
Bahasa Indonesia: Himachal Pradesh
íslenska: Himachal Pradesh
Qaraqalpaqsha: Himachal Pradesh
कॉशुर / کٲشُر: ہماچل پردیش
لۊری شومالی: هیماچال پئرادئش
македонски: Химачал Прадеш
Bahasa Melayu: Himachal Pradesh
Napulitano: Himachal Pradesh
नेपाल भाषा: हिमाचल प्रदेश
Nederlands: Himachal Pradesh
norsk nynorsk: Himachal Pradesh
Kapampangan: Himachal Pradesh
پنجابی: ہماچل پردیش
português: Himachal Pradesh
srpskohrvatski / српскохрватски: Himachal Pradesh
Simple English: Himachal Pradesh
slovenčina: Himáčalpradéš
slovenščina: Himačal Pradeš
српски / srpski: Химачал Прадеш
Kiswahili: Himachal Pradesh
Türkmençe: Himachal Pradesh
українська: Гімачал-Прадеш
oʻzbekcha/ўзбекча: Ximachalpradesh
Tiếng Việt: Himachal Pradesh
მარგალური: ჰიმაჩალ-პრადეში
Bân-lâm-gú: Himachal Pradesh