হাতী

হাতী (Asian elephant)[1]
জীৱাশ্ম কাল: Late Pliocene – recent[2]
A male Asian elephant in the wild at Bandipur National Park in India
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য:Animalia
পৰ্ব:Chordata
শ্ৰেণী:Mammalia
বৰ্গ:Proboscidea
পৰিয়াল:Elephantidae
গণ:Elephas
প্ৰজাতি:E. maximus
বৈজ্ঞানিক নাম
Elephas maximus
Linnaeus, 1758
হাতীৰ বিতৰণ
(brown — native, black — origin uncertain)

হাতী (ইংৰাজী: Asian or Asiatic elephant, বৈজ্ঞানিক নাম-Elephas maximus) এলিফাছ (Elephas)গোত্ৰৰ একমাত্ৰ জীৱিত প্ৰজাতি৷ ই সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ পশ্চিমেভাৰতৰ পৰা পূবেবৰ্ণিঅ'লৈকে বিস্তৃতি হৈ আছে৷[1] এছিয়' হাতী এছিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ ভূমিত বাস কৰা জন্তুৰ প্ৰজাতি৷ [4]

১৯৮৬ চনৰ পৰাই হাতীক আই. ইউ. চি এন ৰ ৰেড ডাটা বুকত সংকটাপন্ন বুলি স্বীকৃতি দিয়া হৈছে৷ যোৱা তিনিটা দশত ইয়াৰ জনসংখ্যা প্ৰায় ৫০% হ্ৰাস হোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰ স্থিতিৰ প্ৰতি প্ৰধান ভাবুকিবোৰ হৈছে-বনাঞ্চল ধ্বংস, মানুহৰ সৈতে সংঘাত ইত্যাদি৷ [3] ২০০৩ চনৰ তথ্য অনুসৰি বিশ্বত ইয়াৰ জনসংখ্যা প্ৰায় ৪১,৪১০-৫২,৩৪৫ টা৷ [5]

Other Languages
العربية: فيل آسيوي
azərbaycanca: Asiya fili
беларуская: Азіяцкі слон
беларуская (тарашкевіца)‎: Азіяцкі слон
български: Азиатски слон
brezhoneg: Olifant Azia
čeština: Slon indický
Zazaki: Filê Asya
Esperanto: Azia elefanto
español: Elephas maximus
hrvatski: Azijski slon
interlingua: Elephas maximus
Bahasa Indonesia: Gajah asia
italiano: Elephas maximus
日本語: アジアゾウ
lingála: Nzɔku ya Azía
latviešu: Āzijas zilonis
മലയാളം: ഏഷ്യൻ ആന
Bahasa Melayu: Gajah Asia
Nederlands: Aziatische olifant
português: Elefante-asiático
srpskohrvatski / српскохрватски: Azijski slon
Simple English: Asian elephant
slovenčina: Slon ázijský
slovenščina: Azijski slon
српски / srpski: Азијски слон
தமிழ்: ஆசிய யானை
Türkçe: Asya fili
українська: Слон індійський
Tiếng Việt: Voi châu Á
中文: 亚洲象
粵語: 亞洲象