মাৰাঠী ভাষা

মাৰাঠী [মাৰাঠী ভাষাত: मराठी (মৰাঠী)] এটি ইণ্ডো-আৰ্য্য ভাষা। ভাৰতেৰ পশ্চিমাঞ্চলীয় মহাৰাষ্ট্ৰ ৰাজ্যৰ প্ৰায় ৭ কোটি অধিবাসীয়ে এই ভাষাত কথা পাতে। মহাৰাষ্ট্ৰেৰ বাহিৰতো প্ৰায় ৩০ লাখ মানুহে এই ভাষাত কথা পাতে। ভাষাভাষী সংখ্যাৰ বিচাৰত ভাৰতৰ ভাষাবিলাকৰ ভিতৰত মাৰাঠী চতুৰ্থ। [1] ভাৰতেৰ বাহিৰেও ইজৰাইল আৰু মৰিচাছত এই ভাষা প্ৰচলিত। মাৰাঠী সংস্কৃত ভাষাৰ পৰা মহাৰাষ্ট্ৰী প্ৰাকৃতৰ মাজেৰে উদ্ভৱ হৈছে। মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষা খ্ৰিষ্ট্ৰীয় ১ম আৰু ২য় দশকত সাতবাহন ৰাজ্যৰ চৰকাৰী ভাষা আছিল। তেতিয়া ইয়ে আছিল ভাৰতৰ আটাইতকৈ বহুল প্ৰচলিত প্ৰাকৃত ভাষা। ১৫শ ও ১৬শ শতিকাত আহি এই ভাষাই বৰ্তমানৰ মাৰাঠীৰ ৰূপ ল'য়।

মাৰাঠী ভাৰতৰ ২২টা চৰকাৰী স্বীকৃতি প্ৰাপ্ত ভাষাৰ ভিতৰত এটা। ই মহাৰাষ্ট্ৰৰ চৰকাৰী ভাষা। গোৱা ৰাজ্যত কোঙ্কণী ভাষাৰ লগতে মাৰাঠী ভাষাকো চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে। মহাৰাষ্ট্ৰৰ দৈনন্দিন যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায়, গণমাধ্যম ইত্যাদিত এই ভাষাই প্ৰচলিত।

Other Languages
Afrikaans: Marathi
العربية: لغة مراثية
مصرى: مراتى
asturianu: Idioma marathi
azərbaycanca: Marathi dili
Bikol Central: Marati
беларуская: Маратхі (мова)
беларуская (тарашкевіца)‎: Маратгі (мова)
български: Маратхи
भोजपुरी: मराठी
বিষ্ণুপ্রিয়া মণিপুরী: মারাঠি ঠার
brezhoneg: Marateg
català: Marathi
čeština: Maráthština
Cymraeg: Marathi
Deutsch: Marathi
Zazaki: Meratki
ދިވެހިބަސް: މަރާޓީ
Ελληνικά: Μαράτι (γλώσσα)
Esperanto: Marata lingvo
español: Idioma marathi
euskara: Marathera
français: Marathi (langue)
गोंयची कोंकणी / Gõychi Konknni: मराठी
ગુજરાતી: મરાઠી ભાષા
客家語/Hak-kâ-ngî: Marathi-ngî
עברית: מראטהית
हिन्दी: मराठी भाषा
Fiji Hindi: Marathi bhasa
hrvatski: Marathi jezik
Bahasa Indonesia: Bahasa Marathi
íslenska: Maratí
italiano: Lingua marathi
ქართული: მარათული ენა
ಕನ್ನಡ: ಮರಾಠಿ
한국어: 마라티어
коми: Маратхи
Кыргызча: Маратхи тили
lietuvių: Marathų kalba
latviešu: Marathu valoda
मैथिली: मराठी भाषा
Malagasy: Fiteny Marathi
മലയാളം: മറാഠി ഭാഷ
монгол: Марати хэл
Bahasa Melayu: Bahasa Marathi
नेपाली: मराठी भाषा
नेपाल भाषा: मराठी भाषा
Nederlands: Marathi (taal)
norsk nynorsk: Marathi
norsk: Marathi
occitan: Marata
Piemontèis: Lenga marathi
پنجابی: مراٹھی
português: Língua marata
Runa Simi: Marathi simi
română: Limba marathi
संस्कृतम्: मराठीभाषा
srpskohrvatski / српскохрватски: Marathi jezik
Simple English: Marathi language
slovenčina: Maráthčina
српски / srpski: Маратхи језик
svenska: Marathi
Kiswahili: Kimarathi
తెలుగు: మరాఠీ భాష
Türkçe: Marathi
ئۇيغۇرچە / Uyghurche: ماراتىچە
українська: Маратхі (мова)
Tiếng Việt: Tiếng Marathi
მარგალური: მარათული ნინა
中文: 马拉地语
Bân-lâm-gú: Marathi-gí
粵語: 馬拉地文