ভৰ

পদাৰ্থ বিজ্ঞানত, ভৰ (ইংৰাজী: mass) (গ্ৰীক μᾶζα "বাৰ্লি কেক, আটাৰ লাডু"), হৈছে বস্তু এটাৰ দ্ৰুতিৰ পৰিবৰ্তনৰ বিপৰীতে বস্তুটোৱে দিয়া অন্তৰ্নিহিত পদাৰ্থৰ পৰিমানসূচক বাধা । আনহাতে, মাধ্যাকৰ্ষণিক ভৰ হৈছে, যেতিয়া এটা বস্তুৱে আন এটা বস্তুৰ সৈতে ক্ৰিয়া কৰে তেতিয়া

  1. বস্তুটোৱে প্ৰয়োগ কৰা (সক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ), নাইবা
  2. বস্তুটোৱে অনুভৱ কৰা (নিষ্ক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ)

মাধ্যাকৰ্ষণিক বলৰ জুখি লোৱা মান ।ভৰৰ SI একক হৈছে কিল’গ্ৰাম বা কেজি(kg)।দৈনন্দিন ব্যৱহাৰত, ভৰক প্ৰায়েই ওজন বুলি কোৱা হয়, যিটোৰ একক প্ৰায়েই কিল’গ্ৰাম বুলি ধৰি লোৱা হয় (যেনে, এজন মানুহে ক’ব পাৰে যে তেওঁৰ ওজন হৈছে ৭৫ কেজি) । কিন্তু বৈজ্ঞানিক ব্যবহাৰত, ওজনে পদাৰ্থৰ আন এটা বেলেগ ধৰ্মহে বুজায় । ওজন হৈছে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষনিক বল, আনহাতে ভৰ হৈছে কোনো এটা বস্তুৰ আভ্যন্ততৰীণ ধৰ্ম ।পৃথিৱী পৃষ্ঠৰ ওপৰত, কোনো বস্তু এটাৰ ওজন W বস্তুটোৰ ভৰ mৰ ওপৰত W = mg ধৰণে নিৰ্ভৰশীল, য’ত g হৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণিক ক্ষেত্ৰ প্ৰাবল্য,আৰু ইয়াৰ মান হৈছে ৯.৮১ মি.ছে-২। কোনো বস্তু এটাৰ ওজন ইয়াৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল, আনহাতে বস্তুটোৰ ভৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত অনিৰ্ভৰশীল: পৃথিৱীৰ পৃষ্ঠৰ ওপৰত কোনো এটা বস্তুৰ ভৰ যদি ৫০ কিল’গ্ৰাম আৰু ওজন ৪৯১ নিউটন; তেন্তে চন্দ্ৰ পৃষ্ঠত, সেই একেটা বস্তুৰ ভৰ ৫০ কিল’গ্ৰামেই থাকিব; কিন্তু ওজন হ’ব মাত্ৰ ৮১.৫ নিউটন ।

কোনো বল এটাৰ উপস্থিতিত বস্তু এটাৰ জড় ভৰে বস্তুটোৰ ত্বৰণক নিৰ্ণীত কৰে । নিউটনৰ দ্বিতীয় গতিসূত্ৰমতে, যদি নিৰ্দিষ্ট ভৰ Mৰ বস্তু এটাৰ ওপৰত F বলে ক্ৰিয়া কৰে, তেন্তে বস্তুটোৰ ত্বৰণ হৈছে a= F/M । বস্তু এটাৰ ভৰে বস্তুটোৱে মাধ্যাকৰ্ষণৰ দ্বাৰা কিমান মাত্ৰালৈ প্ৰভাবিত হ’ব তাকো নিৰ্ণয় কৰে । যদি MA ভৰৰ বস্তু এটা MBভৰৰ আন এটা বস্তুৰ পৰা r দূৰত্বত ৰখা হয়, তেন্তে প্ৰতিটো বস্তুৱে এটা আকৰ্ষণীয় বল FG অনূভৱ কৰিব; যাৰ মান হৈছে FG= G MAMB r-২, য’ত G হৈছে সাৰ্বজনীন মাধ্যাকৰ্ষণীয় ধ্ৰুৱক, মান হৈছে ৬.৬৭x১০-১১ নি.মিকেজি-২। আনকি কেতিয়াবা ইয়াক মাধ্যাকৰ্ষণীয় ভৰ বুলিও প্ৰকাশ কৰা হয় । [1]১৭শ শতিকাৰ পৰা পুনঃ পুনঃ কৰি অহা পৰীক্ষাবোৰে প্ৰমাণ কৰিছে যে জড় ভৰ আৰু মাধ্যাকৰ্ষণিক ভৰ সমতূল্য; ১৯১৫ চনৰ পিছত, এই পৰ্য্যবেক্ষণবোৰক সাধাৰণ আপেক্ষিকতাবাদৰ সমতূল্য নীতিত এ প্ৰায়ৰি বুলি নামাকৰণ কৰা হৈছে ।

সেই বিখ্যাত ()সূত্ৰৰ দ্বাৰা সাধাৰণ আপেক্ষিকতাবাদৰ পৰা দেখা যায় যে স্থিৰ ভৰ (নাইবা অপৰিবৰ্তনীয় ভৰ) আৰু স্থিৰ শক্তি আচলতে সমতূল্য । আপেক্ষিক ভৰ আৰু আপেক্ষিক শক্তিক(তন্ত্ৰৰ সম্পূৰ্ণ শক্তি) এই একেটা সূত্ৰই সংযোগ কৰিছে ।

  • তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. when a distinction is necessary, M is used to denote the active gravitational mass and m the passive gravitational mass).
Other Languages
Afrikaans: Massa
Alemannisch: Masse (Physik)
አማርኛ: ግዝፈት
aragonés: Masa
العربية: كتلة
asturianu: Masa
башҡортса: Масса
Boarisch: Massn
беларуская: Маса
беларуская (тарашкевіца)‎: Маса
български: Маса
বাংলা: ভর
brezhoneg: Mas
bosanski: Masa
буряад: Масса
català: Massa
Mìng-dĕ̤ng-ngṳ̄: Cék-liông
کوردی: بارستە
čeština: Hmotnost
Cymraeg: Màs
Ελληνικά: Μάζα
English: Mass
Esperanto: Maso
español: Masa
eesti: Mass
euskara: Masa
estremeñu: Massa
suomi: Massa
français: Masse
Nordfriisk: Mase
Gaeilge: Mais
贛語: 質量
Gàidhlig: Tomad
galego: Masa
Avañe'ẽ: Mba'era'ã
ગુજરાતી: દ્રવ્યમાન
Gaelg: Glout
客家語/Hak-kâ-ngî: Tsṳt-liông
עברית: מסה
हिन्दी: द्रव्यमान
Fiji Hindi: Mass
hrvatski: Masa
Kreyòl ayisyen: Mas inèsi
magyar: Tömeg
հայերեն: Զանգված
Bahasa Indonesia: Massa
Ilokano: Masa
Ido: Maso
íslenska: Massi
italiano: Massa (fisica)
日本語: 質量
Patois: Mas
Basa Jawa: Massa
ქართული: მასა
Kabɩyɛ: Hɩlɩmɩyɛ
қазақша: Масса
한국어: 질량
Ripoarisch: Masse
kurdî: Bariste
Кыргызча: Масса
Latina: Massa
Lëtzebuergesch: Mass (Physik)
Lingua Franca Nova: Masa
Limburgs: Massa
lumbaart: Massa
lingála: Libóndó
lietuvių: Masė
latviešu: Masa
македонски: Маса
മലയാളം: പിണ്ഡം
монгол: Масс
मराठी: वस्तुमान
Bahasa Melayu: Jisim
မြန်မာဘာသာ: ဒြပ်ထု
Plattdüütsch: Masse (Physik)
नेपाली: पिण्ड
norsk nynorsk: Masse
norsk: Masse
Novial: Mase
occitan: Massa
ਪੰਜਾਬੀ: ਪੁੰਜ
Piemontèis: Massa (fìsica)
پنجابی: وزن
português: Massa
Runa Simi: Wisnu
română: Masă
русский: Масса
русиньскый: Вага
sicilianu: Massa
Scots: Mass
srpskohrvatski / српскохрватски: Masa
සිංහල: ස්කන්ධය
Simple English: Mass
slovenčina: Hmotnosť
slovenščina: Masa
chiShona: Huremu
Soomaaliga: Cuf
shqip: Masa
српски / srpski: Маса
Seeltersk: Masse
Basa Sunda: Massa
svenska: Massa
Kiswahili: Masi
ślůnski: Masa
தமிழ்: திணிவு
తెలుగు: ద్రవ్యరాశి
тоҷикӣ: Масса
ไทย: มวล
Tagalog: Masa
Türkçe: Kütle
татарча/tatarça: Massa
українська: Маса
اردو: کمیت
oʻzbekcha/ўзбекча: Massa
vèneto: Masa
Tiếng Việt: Khối lượng
Winaray: Masa
吴语: 質量
ייִדיש: מאסע
中文: 质量
Bân-lâm-gú: Chit-liōng
粵語: 質量