ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

ভাৰতত ২৯ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। ৰাজ্যত নিজৰ প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে।

ভাৰতৰ ২৮ খন ৰাজ্যৰ লগতে ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰদৰ্শন কৰা মেপ, আপুনি চাব বিচৰা ঠাইখনত মাউচেৰে ক্লিক কৰক
ভাৰত মহাসাগৰবঙ্গোপসাগৰlআন্দামান সাগৰআৰৱ সাগৰলাক্ষাদ্বীপ সাগৰচিয়াচেন গ্লেছিয়াৰআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জছণ্ডীগড়দাদৰা আৰু নগৰ হাৱেলীদমন আৰু দিউদিল্লীলাক্ষাদ্বীপপণ্ডিচেৰীপণ্ডিচেৰীপণ্ডিচেৰীঅৰুণাচল প্ৰদেশঅৰুণাচল প্ৰদেশঅসমবিহাৰছত্তীছগড়গোৱাগুজৰাটহাৰিয়ানাহিমাচল প্ৰদেশজম্মু আৰু কাশ্মীৰঝাৰখণ্ডকৰ্ণাটককেৰেলামধ্য প্ৰদেশমহাৰাষ্ট্ৰমণিপুৰমেঘালয়মিজোৰামনাগালেণ্ডউৰিষ্যাপাঞ্জাৱৰাজস্থানছিক্কিমতামিল নাডুত্ৰিপুৰাউত্তৰ প্ৰদেশউত্তৰাখণ্ডপশ্চিমবঙ্গআফগানিস্থানবাংলাদেশভূটানবাৰ্মাচীননেপালপাকিস্থানশ্ৰী লংকাতাজিকিস্থানদাদৰা আৰু নগৰ হাৱেলীদমন আৰু দিউপণ্ডিচেৰীপণ্ডিচেৰীপণ্ডিচেৰীপণ্ডিচেৰীঅন্ধ্ৰ প্ৰদেশগোৱাগুজৰাটজম্মু আৰু কাশ্মীৰকৰ্ণাটককেৰেলামধ্য প্ৰদেশমহাৰাষ্ট্ৰৰাজস্থানতামিল নাডুপাকিস্থানশ্ৰী লংকাশ্ৰী লংকাশ্ৰী লংকাশ্ৰী লংকাশ্ৰী লংকাশ্ৰী লংকাশ্ৰী লংকাশ্ৰী লংকাশ্ৰী লংকাA clickable map of Indian states and territories.
এই ছবিখনৰ বিষয়ে


ভাৰত চৰকাৰৰ অন্তৰ্গত ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অধীনত থকা জনগণনা ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিম্নোক্ত তালিকাখন প্ৰস্তুত কৰা হৈছে।

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
ৰাজ্যৰ নামআই এচ অ ৩২৬৬-২ কোডচিহ্নজনসংখ্যাক্ষেত্ৰফল
(কি.মি.)
প্ৰধান ভাষাসমূহৰাজধানীবৃহত্তম নগৰ
(যদি ৰাজধানী নহয়)
জিলাৰ সংখ্যাগাওঁৰ সংখ্যানগৰৰ সংখ্যাজনবসতিৰ ঘনত্বস্বাক্ষৰতাৰ হাৰ(%)মুঠ জনসংখ্যাৰ ভিতৰত চহৰত বাস কৰা লোকৰ হাৰলিংগ অনুপাতলিংগ অনুপাত
(০-৬)
অন্ধ্ৰ প্ৰদেশAP২৮০৪৯,৫০৬,৭৯৯১৬০,২০৫তেলেগু, উৰ্দুহায়দ্ৰাবাদ

(আইনী ভাবে)
অমৰাৱতী(প্ৰস্তাৱিত)

২৩২৮.১২৩২১০৩০৮৬৭.৬৬২৭.৩৯৯২৯৬১
অৰুণাচল প্ৰদেশAR১২০১,৩৮২,৬১১৮৩.৭৪৩হিন্দী, টানি, অসমীয়াইটানগৰ১৬৪.০৬৫১৭১৭৬৬.৯৫২০.৮৯২০৯৬৪
অসমAS১৮০৩১,১৬৯,২৭২৭৮,৫৫০অসমীয়া, বড়ো, ৰাভা, দেউৰী, বাংলাদিশপুৰগুৱাহাটী২৭২৬,৩১২১২৫৩৯৭৭৩.১৮১২.৯৯৫৪৯৬৫
বিহাৰBR১০০১০৩,৮০৪,৬৩৭৯৯,২০০হিন্দী, ভোজপুৰী, মৈথিলী ভাষা, মগধীপাটনা৩৮[1][2]৪৫,০৯৮১৩০১১০২৬৩.৮২১০.৫৯১৬[2]৯৪২
ছত্তীছগঢ়CT২২০২৫,৫৪০,১৯৬১৩৬,১৯৪ছত্তীচগঢ়ী, হিন্দীৰায়পুৰ১৬২০,৩০৮৯৭১৮৯৭১.০৪২০.১৯৯১৯৭৫
গোৱাGA৩০০১,৪৫৭,৭২৩৩,৭০২কংকিনী, মাৰাথীপানাজীভাস্কো ডা গামা৩৫৯৪৪৩৯৪৮৭.৪০৪৯.৮৯৬৮৯৩৮
গুজৰাটGJ২৪০৬০,৩৮৩,৬২৮১৯৬,০২৪গুজৰাটীগান্ধীনগৰআহমেদাবাদ২৫১৮,৫৩৯২৪২৩০৮৭৯,৩১৩৭.৪৯১৮৮৮৩
হাৰিয়ানাHR০৬০২৫,৩৫৩,০৮১৪৪,২১২হাৰিয়ানী (পশ্চিমীয়া হিন্দী)চণ্ডীগড়
(কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে)
ফৰিদাবাদ২১৬,৯৫৫১০৬৫৭৩৭৬.৬৪২৮.৯৮৭৭৮১৯
হিমাচল প্ৰদেশHP০২০৬,৮৫৬,৫০৯৫৫,৬৭৩পশ্চিমীয়া হিন্দীছিমলা১২২০,১১৮৫৭১২৩৮৩,৭৮৯.৮৯২০৮৯৬
জম্মু আৰু কাশ্মীৰJK০১০১২,৫৪৮,৯২৬২২২,২৩৬উৰ্দু,[3] কাশ্মিৰী, ডগ্ৰী, লাডাখী[4]শ্ৰী নগৰ (গ্ৰীষ্ম)
জম্মু (শীত)
১৪৬,৬৫২৭৫১২৪৬৮.৭৪২৪.৮৮৮৩৯৪১
ঝাড়খণ্ডJH২০০৩২.৯৬৬.২৩৮৭৪,৬৭৭হিন্দীৰাঞ্চীজমছেদপুৰ২৪৩২,৬১৫১৫২৪১৪৬৭,৬৩২২,২৯৪৭৯৬৫
কৰ্ণাটকKA২৯০৬১,১৩০,৭০৪১৯১,৭৯১কানাড়াবাংগালোৰ৩০২৯,৪০৬২৭০৩১৯৭৫.৬০৩৪.০৯৬৮৯৪৬
কেৰেলাKL৩২০৩৩,৩৮৭,৬৭৭৩৮,৮৬৩মালায়লমতিৰুভন্থাপুৰম১৪১,৩৬৪১৫৯৮৫৯৯৩.৯১২৬.০১,০৮৪৯৬০
মধ্য প্ৰদেশMP২৩০৭২,৫৯৭,৫৬৫৩০৮,২৫২হিন্দীভূপালইণ্দোৰ৪৫৫৫,৩৯৩৩৯৪২৩৬৭০.৬৩২৬.৫৯৩০৯৩২
মহাৰাষ্ট্ৰMH২৭০১১২.৩৭২.৯৭২৩০৭,৭১৩মাৰাঠীমুম্বাই৩৫৪৩,৭১১৩৭৮৩৬৫৮২.৯১৪২.৪৯২৫৯১৩
মণিপুৰMN১৪০২,৭২১,৭৫৬২২,৩৪৭মণিপুৰীইম্ফল২,৩৯১৩৩১২২৭৯.৮৫২৫.১৯৮৭৯৫৭
মেঘালয়ML170২,৯৬৪,০০৭২২,৭২০খাছী, প্নাৰশ্বিলং৬,০২৬১৬১৩২৭৫.৪৮১৯.৬৯৮৬৯৭৩
মিজোৰামMZ১৫০১,০৯১,০১৪২১,০৮১মিজোআইজল৮১৭২২৫২৯১.৫৮৪৯.৬৯৭৫৯৬৪
নাগালেণ্ডNL১৩০১,৯৮০,৬০২১৬,৫৭৯আংগামী, আও ভাষা, চাং, চকেচাং, কন্যাক আৰু চেমাকহিমাডিমাপুৰ১১১,৩১৭১১৯৮০.১১১৭.২৯৩১৯৬৪
উৰিষ্যা [5]OR২১০৪১,৯৪৭,৩৫৮১৫৫,৮২০ওড়িয়াভুৱনেশ্বৰ৩০৫১,৩৪৯১৩৮২৬৯৭৩.৪৫১৫.০৯৭৮৯৫৩
পঞ্জাবPJ০৩০২৭,৭০৪,২৩৬৫০,৩৬২পাঞ্জাৱীচণ্ডীগড়
(কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে)
লুধিয়ানা১৭১২,৬৭৩১৫৭৫৫০৭৬.৬৮৩৩.৯৮৯৩৭৯৮
ৰাজস্থানRJ০৮০৬৮,৬২১,০১২৩৪২,২৬৯ৰাজস্থানী
(পশ্চিমীয়া হিন্দী)
জয়পুৰ৩২৪১,৩৫৩২২২২০১৬৭.০৬২৩.৪৯২৬৯০৯
ছিক্কিমSK১১০৬০৭,৬৮৮৭,০৯৬নেপালীগেংটক৪৫২৮৬৮২.২০১১.১৮৮৯৯৬৩
তামিল নাডুTN৩৩০৭২,১৩৮,৯৫৮১৩০,০৫৮তামিলচেন্নাই৩২১৬,৩১৭৮৩২৪৮০৮০.৩৩৪৪.০৯৯৫৯৪২
তেলেংগানাTG৩৩০৩৫,১৯৩,৯৭৮ [6]১,১৪,৮৪০তেলেগু, উৰ্দুহায়দৰাবাদ---৭০৩ [6]৬৬.৫০% [6]---
ত্ৰিপুৰাTR১৬০৩,৬৭১,০৩২১০,৪৯১,৬৯বাংলাআগৰতলা৪৭০২৩৫৫৫৮৭.৭৫১৭.১৯৬১৯৬৬
উত্তৰ প্ৰদেশUP০৯০১৯৯,৫৮১,৪৭৭২৪৩,২৮৬হিন্দী, উৰ্দু[7]লক্ষ্ণৌকানপুৰ৭২১০৭,৪৫২৭০৪৮২৮৬৯.৭২২০.৮৯০৮৯১৬
উত্তৰাখণ্ডUL০৫০১০,১১৬,৭৫২৫৩,৫৬৬পশ্চিমীয়া হিন্দীডেৰাদুন১৩১৬,৮২৬৮৬১৮৯৭৯.৬৩২৫.৭৯৬৩৯০৮
পশ্চিম বংগWB১৯০৯১,৩৪৭,৭৩৬৮৮,৭৫২বাংলা, নেপালীকলকাতা১৮৪০,৭৮২৩৭৫১,০২৯৭৭.০৮২৮.০৯৪৭৯৬০
-মুঠ-৬৩৭,৬৪৩৫,০৮২


কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
কেন্দ্ৰীয়শাসিত অঞ্চলৰ নামজনসংখ্যাভাষাৰাজধানীবৃহত্তম নগৰজিলাৰ সংখ্যাগাওঁৰ সংখ্যাচহৰৰ সংখ্যাজনবসতিৰ ঘনত্বস্বাক্ষৰতাৰ হাৰ (%)মুঠ জনসংখ্যাৰ ভিতৰত চহৰত বাস কৰা লোকৰ সংখ্যালিংগ অনুপাতলিংগ অনুপাত (০-৬)
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ৩৭৯,৯৪৪বাংলাপৰ্ট ব্লেয়াৰ৫৪৭৪৬৮৬.২৭৩২.৬৮৭৮৯৫৭
চণ্ডীগড়১,০৫৪,৬৮৬পাঞ্জাৱীচণ্ডীগড়২৪৯,২৫২৮৬.৪৩৮৯.৮৮১৮৮৪৫
দাদৰা আৰু নগৰ হাৱেলি৩৪২,৮৫৩মাৰাঠী আৰু গুজৰাটীচিলভাচ্চা৭০৬৯৮৭৭.৬৫২২.৯৭৭৫৯৭৯
দমন আৰু দিউ ২৪২,৯১১গুজৰাটদমন২৩২১৬৯৮৭.০৭৩৬.২৬১৮৯২৬
লাক্ষাদ্বীপ৬৪,৪২৯মালায়লমকাভাৰাত্তিএনড্ৰট২৪২০১৩৯২.২৮৪৪.৫৯৪৬৯৫৯
কেন্দ্ৰীয় শাসিত দিল্লীৰ অঞ্চল১৬,৭৫৩,২৩৫হিন্দীনতুন দিল্লী১৬৫৬২১১,২৯৭৮৬.৩৪৯৩.২৮৬৬৮৬৮
পণ্ডিছেৰী১,২৪৪,৪৬৪ফ্ৰান্স আৰু তামিলপণ্ডিছেৰী৯২২,৫৯৮৮৬.৫৫৬৬.৬১,০৩৮৯৬৭
Other Languages
Ænglisc: Indisc rīce
한국어: 인도의 주
कॉशुर / کٲشُر: بھارَتی حالَت تہٕ علاقہٕ
Tiếng Việt: Bang của Ấn Độ