বনকুকুৰা

বনকুকুৰা

(Red Junglefowl)

সংৰক্ষণ স্থিতি

সংকটৰপৰা মুক্ত (IUCN 3.1)[1]
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য:Animalia
পৰ্ব:Chordata
শ্ৰেণী:Aves
বৰ্গ:Galliformes
পৰিয়াল:Phasianidae
উপপৰিয়াল:Phasianinae
গণ:Gallus
প্ৰজাতি:G. gallus
বৈজ্ঞানিক নাম
Gallus gallus
(Linnaeus, 1758)
বনকুকুৰাৰ বিতৰণ

বনকুকুৰা (ইংৰাজীRed Junglefowl; বৈজ্ঞানিক নাম-Gallus gallus) Pheasant পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক প্ৰধানত: বিষুৱীয় অঞ্চলত পোৱা যায়৷ ইয়াক বৰ্তমান পোহনীয়া কুকুৰা চৰাইৰ পূৰ্বপূৰুষ বুলি গণ্য কৰা হয়৷ [2] বনকুকুৰা পোনপ্ৰথমে প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে এছিয়াপোহনীয়া কৰাৰ প্ৰচেষ্টা চলিছিল৷ পৰৱৰ্ত্তী কালত ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে আৰু বৰ্তমান মাংস আৰু কণীৰ বাবে ইয়াক মুল উৎস বুলি গণ্য কৰে হয়৷[3]

Gallus gallus
Other Languages
беларуская: Банкіўскі певень
беларуская (тарашкевіца)‎: Банкіўскі певень
brezhoneg: Kilhog bankiva
català: Gall bankiva
Cebuano: Manok
čeština: Kur bankivský
Deutsch: Bankivahuhn
Esperanto: Bankiva koko
español: Gallus gallus
français: Coq doré
arpetan: Jal dorâ
hrvatski: Divlja kokoš
magyar: Bankivatyúk
Bahasa Indonesia: Ayam-hutan merah
italiano: Gallus gallus
Basa Jawa: Pitik alas abang
한국어: 적색야계
Кыргызча: Жапайы тоок
Bahasa Melayu: Ayam Hutan Merah
မြန်မာဘာသာ: တောကြက်
Nāhuatl: Caxtiltototl
Napulitano: Gallus gallus
नेपाली: लुइँचे
Nederlands: Bankivahoen
polski: Kur bankiwa
português: Galo-banquiva
سنڌي: ڪُڪُڙ
srpskohrvatski / српскохрватски: Divlja kokoš
Simple English: Red junglefowl
lea faka-Tonga: Moa kaivao
Tiếng Việt: Gà rừng lông đỏ
Winaray: Gallus gallus
中文: 原雞