ছেইণ্ট পিটাৰ্ছ বেছিলিকা

ছেইণ্ট পিটাৰ্ছ বেছিলিকা
সাধাৰণ তথ্য
স্থানভেটিকান চিটি ভেটিকান চিটি
ভৌগোলিক স্থানাংক41°54′8″N 12°27′12″E / 41°54′8″N 12°27′12″E / 41.90222; 12.45333
Affiliationৰোমান কেথলিক
Riteৰোমান
Year consecrated1626
Ecclesiastical or organizational statusMajor basilica
Architectural description
স্থপতিবিদ
স্থাপত্য শৈলীRenaissance and Baroque
আৰম্ভ১৮ এপ্ৰিল ১৫০৬ (1506-04-18)
সম্পূৰ্ণ১৮ নৱেম্বৰ ১৬২৬ (1626-11-18)
Specifications
দৈৰ্ঘ্য730 ফুট (220 মিটাৰ)
প্ৰস্থ500 ফুট (150 মিটাৰ)
Height (max)452 ফুট (138 মিটাৰ)
Dome dia. (outer)137.7 ফুট (42.0 মিটাৰ)
Dome dia. (inner)136.1 ফুট (41.5 মিটাৰ)

ছেণ্ট পিটাৰছ বেছিলিকা (ইংৰাজী: St. Peter's Basilica) হ'ল ভেটিকান চিটিৰ আটাইতকৈ প্ৰখ্যাত গিৰ্জা। ৰোম মহানগৰীৰ ভিতৰতে ভেটিকান হ'ল এখন ক্ষুদ্ৰ স্বাধীন ৰাষ্ট্ৰ। ৰোমান কেথলিকসকলৰ প্ৰধান ধৰ্মগুৰু পোপে ইয়াত বাস কৰে আৰু তেৱেঁই ভেটিকানৰ প্ৰশাসনৰো মুৰবী।[1]

এই গিৰ্জাৰ স্থানত আগতে আন এটা গিৰ্জা আছিল আৰু জনশ্ৰুতিমতে প্ৰথম পোপ ছেণ্ট পিটাৰছৰ (মৃত্যু ৬৭ খ্ৰিষ্টাব্দ) সমাধিৰ স্থান তাতেই আছিল। ১৫০৬ চনত পোপ দ্বিতীয় জুলিয়াছে ছেণ্ট পিটাৰছ বেছিলিকাৰ কাম আৰম্ভ কৰে আৰু ১৬১৫ চনত ইয়াৰ নিৰ্মান সম্পূৰ্ণ হয়।[1]

Other Languages
Afrikaans: Sint Pieterskerk
Alemannisch: Petersdom
башҡортса: Изге Пётр соборы
беларуская (тарашкевіца)‎: Базыліка Сьвятога Пятра
български: Свети Петър (Рим)
Deutsch: Petersdom
føroyskt: Pæturskirkjan
Kreyòl ayisyen: Bazilik St Pyè
Bahasa Indonesia: Basilika Santo Petrus
íslenska: Péturskirkjan
Lëtzebuergesch: Péitersdoum
Lingua Franca Nova: Basilica de San Petro
Bahasa Melayu: Basilika Santo Peter
norsk nynorsk: Peterskyrkja
rumantsch: Dom da s. Peder
srpskohrvatski / српскохрватски: Bazilika sv. Petra
Simple English: St. Peter's Basilica
Seeltersk: Päiterssäärke
svenska: Peterskyrkan
татарча/tatarça: İzge Petr Bazilikası