গোৱা

গোৱা
—  ৰাজ্য  —
ভাৰতত গোৱাৰ অৱস্থান
গোৱাৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (Panaji): 15°29′56″N 73°49′40″E / 15°29′56″N 73°49′40″E / 15.49889; 73.82778
দেশ ভাৰত
স্থাপিত১৯৮৭
ৰাজধানীপানাজি
জিলা
চৰকাৰ
 - ৰাজ্যপালমৃদুলা শিনহা
 - মুখ্যমন্ত্ৰীমনোহৰ পৰিকৰ (ভাজপা)
 - বিধানসভাএখন (৪০ খন আসন)
 - লোকসভাৰ সমষ্টি
 - উচ্চ ন্যায়ালয়ব'ম্বে উচ্চ ন্যায়ালয়- গোৱা পীঠ
মাটিকালি
 - মুঠ৩,৭০২ কি.মি. 
(১,৪২৯.৪ বৰ্গ মাইল)
অঞ্চলৰ স্থানাক28th
জনসংখ্যা (২০১১)
 - মুঠ১৪,৫৭,৭২৩ জন
 - স্থান২৫তম
 - জনঘনত্ব৩৯৩.৮ প্ৰতি বৰ্গ কি.মি. 
(১,০১৯.৯ প্ৰতি বৰ্গ মিটাৰ)
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোডIN-GA
HDIবৃদ্ধি 0.779 (high)
HDI স্থানতৃতীয় (২০০৫)
সাক্ষৰতা৮৭% (তৃতীয়)
চৰকাৰী ভাষাকোংকণী
ৱেবছাইটwww.goa.gov.in
^* কোংকণী একমাত্ৰ চৰকাৰী ভাষা কিন্তু চৰকাৰী কাম-কাজত মাৰাঠীও ব্যৱহাৰৰ অনুমতি দিয়া হয়।[1][2][3]

গোৱা (Goa) Listeni/ˈɡ.ə/ মাটিকালিত হিচাপত ভাৰতৰ সকলোতকৈ সৰু ৰাজ্য আৰু জনসংখ্যাৰ হিচাপত চতুৰ্থ সৰু ৰাজ্য। ভাৰতৰ পশ্চিম অংশত কোংকণ নামৰ অঞ্চলত অৱস্থিত গোৱাক উত্তৰে মহাৰাষ্ট্ৰ, পূব আৰু দক্ষিণে কৰ্ণাটক আৰু পশ্চিমে আৰৱ সাগৰে আগুৰি আছে। গোৱা ভাৰতৰ সকলোতকৈ ধনী ৰাজ্য আৰু ইয়াৰ গড় GDP ৰাষ্ট্ৰীয় মানকতকৈ আঢ়ৈগুণ বেছি।[4] একাদশ অৰ্থনৈতিক আয়োগে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইয়াক সৰ্বোচ্চ স্থান দিছিল আৰু জনসংখ্যাক ৰাষ্ট্ৰীয় আয়োগে বাৰটা সূচকক ভিত্তি কৰি ইয়াক জীৱনৰ মানৰ বাবে শ্ৰেষ্ঠ স্থান দিছিল।[4]

পানাজি গোৱাৰ ৰাজধানী, আৰু ভাস্ক' ডা গামা বৃহত্তম নগৰ। ১৬শ শতিকাত বেপাৰী হিচাপে গোৱালৈ আহি পিছলৈ ইয়াক জয় কৰা পৰ্তুগীজসকলৰ সাংস্কৃতিক প্ৰভাৱ ঐতিহাসিক নগৰ মাৰগাওত দেখিবলৈ পোৱা যায়। গোৱা পূৰ্বতে পৰ্তুগীজ উপনিবেশ আছিল; প্ৰায় ৪৫০ বছৰ বৰ্তি থকা এই অঞ্চলক ১৯৬১ চনত ভাৰতত অন্তৰ্ভুক্ত কৰা হয়।[5][6]

বালিচৰ, উপাসনাৰ স্থান আৰু বিশ্ব ঐতিহ্য স্থানৰ বাবে জনাজাত গোৱালৈ বছৰি বৃহৎ সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমণ হয়। জৈৱবৈচিত্ৰৰ স্থান পশ্চিম ঘাটত অৱস্থিত বাবে গোৱাত নানা জীৱ-জন্তু আৰু উদ্ভিদ দেখিবলৈ পোৱা যায়।

Other Languages
Acèh: Goa
Afrikaans: Goa
አማርኛ: ጎዋ
العربية: غوا
asturianu: Goa
azərbaycanca: Qoa
تۆرکجه: قوا
беларуская: Гоа
беларуская (тарашкевіца)‎: Гоа
български: Гоа
भोजपुरी: गोवा
বাংলা: গোয়া
བོད་ཡིག: གྷོའ།
বিষ্ণুপ্রিয়া মণিপুরী: গৱা
brezhoneg: Goa
català: Goa
нохчийн: Гоа
Cebuano: Goa (estado)
čeština: Goa (stát)
Cymraeg: Goa
dansk: Goa
Deutsch: Goa
डोटेली: गोवा
ދިވެހިބަސް: ގޯވާ
Ελληνικά: Γκόα
English: Goa
Esperanto: Goao
español: Goa
euskara: Goa
estremeñu: Goa
فارسی: گوا
suomi: Goa
français: Goa
Gaeilge: Goa
galego: Goa
गोंयची कोंकणी / Gõychi Konknni: गोंय
ગુજરાતી: ગોઆ
עברית: גואה
हिन्दी: गोवा
Fiji Hindi: Goa
hrvatski: Goa
magyar: Goa
interlingua: Goa
Bahasa Indonesia: Goa, India
íslenska: Góa (fylki)
italiano: Goa
日本語: ゴア州
ქართული: გოა (შტატი)
қазақша: Гоа
ಕನ್ನಡ: ಗೋವ
한국어: 고아 주
कॉशुर / کٲشُر: گوا
Latina: Goa
Ladino: Goa
Lëtzebuergesch: Goa
لۊری شومالی: گوآ
lietuvių: Goa
latviešu: Goa
मैथिली: गोवा
Malagasy: Goa
македонски: Гоа
മലയാളം: ഗോവ
монгол: Гоа
मराठी: गोवा
Bahasa Melayu: Goa
Mirandés: Goa
မြန်မာဘာသာ: ဂိုအာ
नेपाली: गोआ
नेपाल भाषा: गोवा
Nederlands: Goa (India)
norsk nynorsk: Goa
norsk: Goa
occitan: Goa
ଓଡ଼ିଆ: ଗୋଆ
ਪੰਜਾਬੀ: ਗੋਅਾ
Kapampangan: Goa
polski: Goa
پنجابی: گوا
پښتو: گوا
português: Goa
română: Goa
русский: Гоа
संस्कृतम्: गोवाराज्यम्
ᱥᱟᱱᱛᱟᱲᱤ: ᱜᱳᱣᱟ
Scots: Goa
davvisámegiella: Goa
srpskohrvatski / српскохрватски: Goa
Simple English: Goa
slovenčina: Goa
slovenščina: Goa
shqip: Goa
српски / srpski: Гоа
svenska: Goa
Kiswahili: Goa
ತುಳು: ಗೋವಾ
తెలుగు: గోవా
тоҷикӣ: Гоа
Tagalog: Goa
Türkçe: Goa
українська: Гоа
اردو: گوا
oʻzbekcha/ўзбекча: Goa
Tiếng Việt: Goa
Winaray: Goa
吴语: 果阿邦
მარგალური: გოა
Yorùbá: Goa
中文: 果阿邦
Bân-lâm-gú: Goa
粵語: 果阿