কাটলফিছ

কাটলফিছ (Cuttlefish) এবিধ সাগৰীয় অমেৰুদণ্ডী প্ৰাণী । ইহঁতৰ আঠডাল দীঘল বাহু থকাৰ লগতে দুডাল দীঘল আকৰ্ষ থাকে । দেহৰ দুয়োকাষে থকা পাখিৰ সহায়ত ইহঁতে পানীত সাঁতুৰি ফুৰে । কাটলফিছে পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত মিলি যোৱাকৈ তাৰ গাৰ বৰণ সলনি কৰিব পাৰে আৰু সেইবাবে আত্মৰক্ষা তথা আক্ৰমণ কৰিবলৈ ইহঁতৰ বৰ সুবিধা হয় । পৃথিৱীৰ দ্ৰুত ৰং সলোৱা প্ৰাণীবোৰৰ ভিতৰত কাটলফিছ অন্যতম । গাত থকা ৰঙীণ কোষৰ মোনাৰ পৰা ইহঁতে পানীত এবিধ ক'লা ৰং এৰি দিয়ে । লগে লগে পানীৰ ৰং আন্ধাৰ যেন হৈ পৰে । সেই সুযোগতে ইহঁতে শত্ৰুৰ আগৰ পৰা পলাই সাৰে ।

কাটলফিছে সৰু সৰু মিছামাছ, কেঁকোৰা, সৰু সৰু মাছ আদি খায় । সাধাৰণতে ই দীঘলে ১৫/২০ চেণ্টিমিটাৰমান হয় যদিও দুই মিটাৰ পৰ্যন্ত দীঘল কাটলফিছো পোৱা গৈছে ।

কাটলফিছৰ হৃদপিণ্ড তিনিটা । ইয়াৰ দুটা হৃদপিণ্ড ফুলৰ তলভাগত থাকে আৰু এই দুটাই ফুললৈ তেজ সঞ্চালন কৰে । আনটো হৃদপিণ্ড দেহৰ মাজভাগত থাকি শৰীৰৰ অন্যান্য অংশলৈ তেজ সৰবৰাহ কৰে ।

Other Languages
العربية: حبار
беларуская: Каракаціцы
български: Сепии
brezhoneg: Morgad
català: Sèpia
Mìng-dĕ̤ng-ngṳ̄: Dĕ̤ng-kiĕ
Cebuano: Sepiida
čeština: Sépie (řád)
Deutsch: Sepien
Ελληνικά: Σουπιά
English: Cuttlefish
español: Sepiida
euskara: Txibia
فارسی: سپیداج
suomi: Seepiat
français: Sepiida
Gaeilge: Cudal
galego: Sepideos
עברית: דיונונים
हिन्दी: समुद्रफेनी
hrvatski: Sipe
magyar: Tintahalak
Bahasa Indonesia: Sotong
Ido: Sepio
italiano: Sepiida
日本語: コウイカ目
Basa Jawa: Sotong
қазақша: Тарбақ аяқ
한국어: 갑오징어목
lietuvių: Sepijos
മലയാളം: കണവ
Bahasa Melayu: Sotong Katak
Plattdüütsch: Echte Dintenfische
norsk: Sepiida
polski: Mątwy
português: Choco
русский: Каракатицы
Simple English: Cuttlefish
slovenčina: Sépie
slovenščina: Sipe
српски / srpski: Сипе
Basa Sunda: Balakutak
Kiswahili: Dome
українська: Каракатиця
Tiếng Việt: Bộ Mực nang
Winaray: Bagulan
中文: 墨鱼目
文言:
Bân-lâm-gú: Hoe-ki
粵語: 墨魚