এমিবা

এমিবা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Eukaryota
Cavalier-Smith 1998
জগৎ/ৰাজ্য: Protozoa
Cavalier-Smith 2002a, 2003a
পৰ্ব: Amoebozoa
উপপৰ্ব: Lobosa
শ্ৰেণী: Tubulinea
উপশ্ৰেণী: Sarcodina
বৰ্গ: Tubulinida
পৰিয়াল: Amoebidae
গণ: Amoeba
Bory de Saint-Vincent, 1822
Species
  • Amoeba gorgonia Pen.
  • Amoeba limicola Rhumb
  • Amoeba proteus Pal.
  • Amoeba vespertilio Pen.

এমিবা ( ইংৰাজী: Amoeba) শব্দটো গ্ৰীক ভাষাৰ "এম'বি" (amoibe) শব্দৰপৰা আহিছে,যাৰ অৰ্থ হ'ল "পৰিৱৰ্তন"৷ ১৭৫৫ চনত ৰ'ছেল ফন ৰ'ছিনহফ (Rossel von Rosenhoff) এ এমিবা আৱিষ্কাৰ কৰে৷ এমিবা এককোষী আৰু মুক্তভাৱে জীৱন-যাপন কৰা আদ্যপ্ৰাণী৷ এই প্ৰাণীবোৰ প্ৰাণীজগতৰ আটাইতকৈ নিম্নখাপৰ প্ৰাণী৷ ইহঁতৰ দেহ অলপ প্ৰ'ট'প্লাজমৰ দ্বাৰা গঠিত৷ মাত্ৰ এটা কোষৰ দ্বাৰা গঠিত হ'লেও এমিবাই শ্বসন, পুষ্টি,ৰেচন, প্ৰজনন আদি যাৱতীয় জৈৱিক-কাৰ্য সম্পন্ন কৰে৷ বহুকোষী প্ৰাণীবোৰৰ দৰে আকাৰগত জটিলতা নাথাকিলেও ইহঁতৰ জীৱন-ক্ৰিয়াত যথেষ্ট জটিলতা দেখা যায়৷ [1]

প্ৰাণী জগতত এমিবাৰ স্থান

শ্ৰেণী স্থান বৈশিষ্ট্য [1]
পৰ্ব (Phylum) প্ৰ'ট'যৱা (Protozoa) এককোষী প্ৰাণী
উপপৰ্ব (Sub-phylum) ছাৰ্ক'মেষ্টিগ'ফ'ৰা (Sarcomastigophora) একেধৰণৰ এটা মাত্ৰ কোষকেন্দ্ৰ থাকে
অধিশ্ৰেণী (Super-class) ছাৰ্ক'ডিনা (Sarcodina) কুটপদ (pseudopodia) প্ৰধান চলন অংগ
শ্ৰেণী (Class) ৰাইয'প'ডা (Rhizopoda) ভূমিলগ্ন চলন (creeping movement) দেখা যায়
উপশ্ৰেণী (Sub-class) ল'ব'ছা (Lobosa) কূটপদ পিণ্ড আকাৰৰ
বৰ্গ (Order) এমিবিডা (Amoebida) চলনৰ সময়ত এটা সক্ৰিয় কূটপদ সৃষ্টি হয়
গণ (Genus) এমিবা (Amoeba) সংকোচনশীল গহ্বৰ থাকে
প্ৰজাতি −প্ৰ'টিয়াছ (Proteus) জীৱিত অৱস্থাত দেহৰ কোনো নিৰ্দিষ্ট আকাৰ নাথাকে,দেহৰ আকাৰ সদায় পৰিৱৰ্তনশীল৷

[1]


Other Languages
العربية: أميبا
azərbaycanca: Amöb
башҡортса: Амёбалар
беларуская: Амёба
беларуская (тарашкевіца)‎: Амёба
български: Амеба
bosanski: Ameba
català: Ameba
čeština: Amoeba
dansk: Amøbe
Ελληνικά: Αμοιβάδα
Esperanto: Amebo
eesti: Amööb
euskara: Amoeba
فارسی: آمیب
français: Amoeba
Gaeilge: Aiméibe
galego: Amoeba
עברית: אמבה
हिन्दी: अमीबा
hrvatski: Ameba
magyar: Amőbák
Հայերեն: Ամեոբաներ
Bahasa Indonesia: Ameba
Ido: Amebo
íslenska: Amöbur
italiano: Amoeba
日本語: アメーバ
Basa Jawa: Amoeba
қазақша: Амёба
ಕನ್ನಡ: ಅಮೀಬಾ
한국어: 아메바
Кыргызча: Амёбалар
Latina: Amoeba
lietuvių: Amebos
latviešu: Amēbas
македонски: Амеба
മലയാളം: അമീബ
मराठी: अमीबा
Bahasa Melayu: Ameba
မြန်မာဘာသာ: အမီးဗား
эрзянь: Амёба
Nederlands: Amoeba (geslacht)
norsk nynorsk: Amøbe
norsk: Amøbe
ਪੰਜਾਬੀ: ਅਮੀਬਾ
português: Amoeba
română: Amibă
armãneashti: Amoeba
русский: Амёбы
srpskohrvatski / српскохрватски: Ameba
Simple English: Amoeba
Soomaaliga: Amiibada
shqip: Ameba
српски / srpski: Амеба
svenska: Amöbor
தமிழ்: அமீபா
ತುಳು: ಅಮೀಬಾ
తెలుగు: అమీబా
Tagalog: Amoeba
Türkçe: Ameoba
татарча/tatarça: Амебалар
тыва дыл: Амеба
українська: Амеба
Tiếng Việt: Amoeba
中文: 變形蟲