একিলিছ
English: Achilles

একিলিছে হেক্টৰৰ মৃতদেহ চোঁচৰাই ফুৰোৱাৰ দৃশ্য (অষ্ট্ৰিয়াৰ কৰ্ফু নগৰীৰ একিলিয়ন প্ৰসাদৰ এখন ফ্ৰেস্ক'ৰপৰা

গ্ৰীক কিংবদন্তিমতে একিলিছ (ইংৰাজী: Achilles) (প্ৰাচীন গ্ৰীক: Ἀχιλλεύς, Akhilleus, pronounced [akʰillěws]) হৈছে ট্ৰ'জান যুদ্ধৰ এজন নায়ক আৰু হোমাৰৰ ইলিয়াদৰ শ্ৰেষ্ঠ যোদ্ধা। একিলিছক এজন উপদেৱতাৰূপে গণ্য কৰা হয়; তেওঁৰ মাক থেটিছ আছিল এগৰাকী পৰী আৰু দেউতাক পেলিয়াছ আছিল মাইৰমিডনৰ ৰজা।[1]

একিলিছক তেওঁৰ মাতৃয়ে অমৰ কৰাৰ মানসেৰে ষ্টাইক্স নদীত ডুবাই দিছিল। এই কাৰ্যত একিলিছৰ শৰীৰ শক্তিশালী হৈ পৰে, কিন্তু মাকে ভৰিৰ গেৰোহাত ধৰি ৰখাৰ বাবে সেই অংশটো দুৰ্বল হৈ থাকি যায়।[2] ট্ৰয়ৰ বিৰুদ্ধে যুঁজখনত একিলিছে ১২ খন কাষৰীয়া নগৰ দখল কৰিছিল। কিন্তু পিছলৈ ৰজা আগামেম্ননৰ (Agamemnon) লগত একিলিছৰ মনোমালিন্য হয় আৰু তেওঁ আৰু যুদ্ধ নকৰাৰ ঠিৰাং কৰে। তেওঁ সম্বন্ধীয়া ভায়েক পেট্ৰ'ক্লুছক নিজৰ বৰ্মখিনি পিন্ধি যুদ্ধ কৰাৰ অনুমতি দিয়ে। ট্ৰয়ৰ ৰাজকুমাৰ হেক্টৰে (Hector) পেট্ৰ'ক্লুছক হত্যা কৰাৰ পিছত একিলিছ যুঁজলৈ উভতে। তেওঁ হেক্টৰক হত্যা কৰি ট্ৰয়ৰ চাৰিওফালে মৃতদেহটো চোঁচৰাই ফুৰায়। হোমাৰে একিলিছৰ অন্তেষ্টিক্ৰিয়াৰ উল্লেখ কৰিছে যদিও মৃত্যুৰ সবিশেষ প্ৰকশ কৰা নাই। পিছৰ কালৰ গ্ৰীক কবি আৰ্কটিনাছৰ (Arctinus) ৰচনাত পোৱা যায় যে হেক্টৰৰ ভায়েক পেৰিছে ভৰিৰ একিলিছৰ ভৰিৰ গেৰোহালৈ কাঁড় নিক্ষেপ কৰি তেওঁক হত্যা কৰে।[3]

  • তথ্য সংগ্ৰহ

তথ্য সংগ্ৰহ

  1. Aeschylus, Prometheus Bound 755–768; Pindar, Nemean 5.34–37, Isthmian 8.26–47; Poeticon astronomicon (ii.15)
  2. Burgess, Jonathan S. (2009). The Death and Afterlife of Achilles. প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 9. ISBN http://books.google.com/?id=Ko_YAAAAMAAJ&pg=PA9। আহৰণ কৰা হৈছে: 5 February 2010. 
  3. Britannica Reference Encyclopedia. প্ৰকাশক Singapore: Encyclopaedia Britannica Inc.. 2013. পৃষ্ঠা. 4. 
Other Languages
Afrikaans: Achilles
aragonés: Aquiles
العربية: آخيل
مصرى: اكليس
asturianu: Aquiles
azərbaycanca: Axilles
تۆرکجه: آشیل
башҡортса: Ахилл
беларуская: Ахіл
български: Ахил
brezhoneg: Ac'hilleüs
bosanski: Ahilej
català: Aquil·les
کوردی: ئاخیلێس
čeština: Achilles
Cymraeg: Achilles
dansk: Achilleus
Deutsch: Achilleus
Ελληνικά: Αχιλλέας
English: Achilles
Esperanto: Aĥilo
español: Aquiles
eesti: Achilleus
euskara: Akiles
فارسی: آشیل
suomi: Akhilleus
français: Achille
Frysk: Achilles
Gaeilge: Aichill
galego: Aquiles
עברית: אכילס
हिन्दी: अकिलीज़
hrvatski: Ahilej
magyar: Akhilleusz
հայերեն: Աքիլլես
interlingua: Achilles
Bahasa Indonesia: Akhilles
íslenska: Akkilles
italiano: Achille
日本語: アキレウス
ქართული: აქილევსი
қазақша: Ахилл
ಕನ್ನಡ: ಅಕಿಲೀಸ್
한국어: 아킬레우스
Кыргызча: Ахилл
Latina: Achilles
Lëtzebuergesch: Achilleus
Lingua Franca Nova: Acile
lietuvių: Achilas
latviešu: Ahillejs
Malagasy: Achille
македонски: Ахил
മലയാളം: അക്കിലിസ്
मराठी: अकिलिस
Malti: Akille
Nederlands: Achilles
norsk: Akilles
occitan: Aquilles
ਪੰਜਾਬੀ: ਅਖ਼ੀਲੀਅਸ
polski: Achilles
português: Aquiles
română: Ahile
русский: Ахилл
sicilianu: Achilli
Scots: Achilles
srpskohrvatski / српскохрватски: Ahilej
Simple English: Achilles
slovenščina: Ahil
shqip: Akili
српски / srpski: Ахил
svenska: Akilles
тоҷикӣ: Ахилл
Tagalog: Achilles
Türkçe: Akhilleus
українська: Ахіллес
اردو: آخیل
oʻzbekcha/ўзбекча: Axill
vèneto: Achìe
vepsän kel’: Ahill
Tiếng Việt: Achilles
Winaray: Achilles
吴语: 阿喀琉斯
中文: 阿喀琉斯
粵語: 阿基里斯