ইটালী
English: Italy

ইতালীয় প্ৰজাতন্ত্ৰ
Repubblica Italiana
ৰেপাব্লিকা ইটালীয়ানা
ৰাষ্ট্ৰীয় সঙ্গীত
ইল কাণ্ট' দেলি ইটালীয়ানী  
ইতালীয়ানসকলৰ সঙ্গীত

(ফ্ৰাতেল্লি দ'ইটালীয়া হিচাপে পৰিচিত)
ইটালী-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ৰাষ্ট্ৰভাষা (সমূহ) ইতালীয়1
চৰকাৰ একাত্মকসংসদীয় প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি জৰ্জ নেপোলিটান'
 -  প্ৰধানমন্ত্ৰী চিলভিঅ' বেৰলুচক'নি (পিডিএল)
গঠন
 -  একত্ৰীকৰণ ১৭ই মাৰ্চ ১৮৬১ 
 -  প্ৰজাতন্ত্ৰ ২ৰা জুন ১৯৪৬ 
ইউৰোপিয়ান ইউনিয়নত অন্তৰ্ভুক্তি ২৫ মাৰ্চ ১৯৫৭ (প্ৰতিষ্ঠানিক সদস্য)
 -  জলভাগ (%) ২.৪ ( বৰ্গ কিমি)
জনসংখ্যা
 -  এপ্ৰিল ২০১০ আনুমানিক ৬০.৪১৮'"`UNIQ--ref-০০০০০০০০-QINU`"' (২৩)
 -  অক্টোবৰ, ২০০১ লোকপিয়ল ৫,৭১,১০,১৪৪ 
 -  ঘনত্ব ২০০.৫ প্ৰতি বৰ্গকিমি (৫৪)
৫১৯.৩ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০১০ আনুমানিক
 -  মুঠ $১,৭৬৬.৮৭ ট্ৰিলিয়ন[2] 
 -  জনমুৰি $২৯,৩৪৭.০৬[2] 
জিডিপি (নামমাত্ৰ) ২০১০ আনুমানিক
 -  মুঠ $২,১২১.১১ ট্ৰিলিয়ন[2] 
 -  জনমুৰি $৩৫,২৩০.৯২[2] 
জিনি সহগ? (২০০৬) ৩২[3] (মধ্যম
মানৱ উন্নয়ন সূচক (২০০৭) বৃদ্ধি ০.৯৫১ (অনেক উচ্চ) (১৮তম)
মুদ্ৰা ইউৰো (€) (EUR)
সময় অঞ্চল চি.ই.টি (ইউটিচি+১)
 -  গ্ৰীষ্মকালীন (ডিএছটি) চি.ই.এচ.টি (ইউটিচি+২)
ইণ্টাৰনেট টিএলডি .it
কলিং ক'ড +৩৯
1 French is co-official in the Aosta Valley; German is co-official in Trentino-Alto Adige/Südtirol.
2 Prior to 2002: Italian Lira.
3 The .eu domain is also used, as it is shared with other European Union member states.

ইটালী ( Italia ইটালী‌য়া) ইউৰোপীয় ইউনিয়নৰ অন্তৰ্ভুক্ত , দক্ষিণ মধ্য ইউৰোপৰ এখন একাত্মক সংসদীয় প্ৰজাতন্ত্ৰ। ইটালীত সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰব্যবস্থা প্ৰচলিত। ইয়াক বিশ্বৰ ২৩তম উন্নত দেশ হিচাপে গণ্য কৰা হয় । ইটালীয়ান লোকসকল উন্নত জীৱন-যাপনত অভ্যস্ত, লগতে নমিনেল জিডিপি ও উচ্চ ।ইটালী ইউৰো জ’নৰো অংশ। ইয়াৰ ওপৰিও ইটালী জি৮, জি২০ আৰু নেটোৰ সদস্য । ইটালী ইউৰোপ আৰু লগতে সমগ্ৰ বিশ্বৰে এক উল্লেখযোগ্য এক সামৰিক, সাংস্কৃতিক আৰু কূটনৈতিক শক্তি। উচ্চ শিক্ষাৰ কাঠামো আৰু বিশ্বায়নৰ দিশৰ পৰাও ইটালী বিশ্বৰ ভিতৰতে আগৰণুৱা।

ইতিহাস

উৎপত্তি

“ইটালীয়া” (Italia) নামৰ উৎপত্তি অনেক ভিন্ন লোকৰ নানান মতবাদ আছে[4] তাৰ মাজত অন্যতম ব্যাখ্যা হ’ল, ইটালীয়া শব্দটো লেটিনঃ ইটালীয়াসাঁচ:Lang-lat ৰ পৰা আহিছে।[5] যাৰ মূল গ্ৰীক শব্দ হ’ল Víteliú; ইয়াৰ অৰ্থ“সৰু পোহনীয়া জন্তুৰ চাৰণভূমি" (cf. Lat vitulus "calf", Umb vitlo "calf").[6] ষাঁড় এটি দক্ষিণ ইটালীয় উপজাতিসমূহৰৰ প্ৰতীক আছিল আৰু গৃহযুদ্ধৰ কালছোৱাত ৰোমান কুকুৰনেছিয়াক প্ৰত্যাহ্বান জনোৱা সাহসী জন্তুটো ইটালীৰ স্বাধীনতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। Gগ্ৰীক ইতিহাসবিদ ডিওনিচিয়াচ অফ হালিকাৰ্চাচে (Dionysius of Halicarnassus)লোককাহিনী অনুসৰি ইটালী শব্দ ইটালুচৰ (Italus) নামৰ পৰা আহিছে বুলি মত পোষণ কৰে[7] আৰু এৰিষ্টটল[8]আৰু থাচিদিদেচেও [[:en: Thucydides |(Thucydides)[9] এই মতকে সমৰ্থন কৰে । and Thucydides.

ইটলীয়া শব্দটো আচলতে এতিয়াৰ উত্তৰ ইটালী ভূখণ্ডকহে বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল, চিৰাকচৰ এণ্টিঅ’চাচৰ(Antiochus of Syracuse)মতে ব্ৰাটিয়াম উপদ্বীপৰ উত্তৰ অংশ ( এতিয়াৰ ৰেঝিঅ’ প্ৰদেশৰ কালাব্ৰিয়া আৰু কাটানজাৰ’ আৰু ৱাইব’ ভেলেণ্টিনাৰ কিছু অংশ)। অংশ)।কিন্তু তেতিয়ালৈকে অণ্টাৰিঅ’ আৰু ইটালী প্ৰায় সমাৰ্থক হৈ উঠা বাবে লুচায়ানাকে ধৰি সমগ্ৰ এলেকা বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হৈছিল। Tগ্ৰীক সকলে ইটালীয়া শব্দৰে এই সমগ্ৰ ভু-খণ্ডকে বুজাইছিল যদিও, সম্ৰাট অগষ্টাছৰ ( খ্ৰী. পূ. প্ৰথম শতিকাৰ প্ৰথম ভাগ) দিনতহে এই আল্পচ পৰ্বতলৈকে সমগ্ৰ উপদ্বীপটো ইটালী নামেৰে জনাজাত হয়।[10]

প্ৰাক্‌-ইতিহাস ও প্ৰাচীন ৰোম

৭০-৮০ খ্ৰীষ্টাব্দত ৰোমৰ কলচিয়াম স্থাপিত হয়

দুই লাখ বছৰৰ আগৰ পেলিওলিথিক যুগতো (Paleolithic period) সমগ্ৰ ইটালী জুৰি মানৱ সভ্যতাৰ অস্তিত্ব পোৱা যায়।[11] ৰোমানৰ পূৰ্ববৰ্তী ইটালীয় জাতিসমূহ যেনে উম্ব্ৰিয়ান, লেটিন, ভোস্কি, চামনিট, কেলটিক আৰু লিগুইৰ সকল আছিল ইটালীৰ উত্তৰাঞ্চলৰ বাসিন্দা, ইয়াৰ মাজত কেইবাটাও আছিল ইন্দো-ইউৰোপীয় মূলৰ; কিন্তু মূল ঐতিহাসিক গোষ্ঠীসমুহ আছিল ইট্ৰুষ্কান, ইলিমিয়ান ও চিচিলীয় চিকানী আৰু প্ৰাক-ঐতিহাসিক চাৰ্দিনিয়ান গোত্ৰৰ।

খ্ৰীষ্টপূৰ্ব সপ্তদশ শতিকাৰ পৰা একাদশ শতাব্দীৰ মধ্যবৰ্তী কোনো এক কালত মাইচেনিয়ান গ্ৰীকসকলে ইটালীৰ সৈতে সম্পৰ্ক স্থাপন কৰে [12][13][14][15][16][17][18]আৰু খ্ৰীষ্টপূৰ্ব অষ্টম ও সপ্তম শতাব্দীত গ্ৰীকসকলে চিচিলিয়াৰ উপকূলৰ লগতে ও ইটালী উপদ্বীপৰ (Peninsula) দক্ষিণ অংশত মানিয়া গ্ৰেয়েচিয়া নামেৰে এক উপনিবেশ গঢ়ি তোলে। এইয়াৰ লগতে ফোনেচিয়ানবিলাকেও (Phoenicians) চাৰদিনিয়া আৰু চিচিলিয় উপকূলত বসতি স্থাপন কৰে।

আনুমানিক খ্ৰীষ্টপূৰ্ব অষ্টম শতাব্দীত প্ৰাচীন ৰোমত এটি ক্ষুদ্ৰ কৃষি জনগোষ্ঠী গঢ়ি উঠিছিল। উঠিছিল।এই জনগোষ্ঠীয়ে কেই শতাব্দীমানৰ ভিতৰত সমগ্ৰ ভুমধ্য সাগৰীয় অঞ্চল জুৰি এক সাম্ৰাজ্য গঢ়ি তোলে আৰু আদি গ্ৰীক আৰু ৰোমান সংস্কৃতি এই সাম্ৰাজ্যত একীভূত হৈ এক নতুন সভ্যতা গঢ়ি তোলে। এই সভ্যতাৰ কিছু নিদৰ্শন বৰ্তমান পশ্চিমীয়া সভ্যতাৰ আইন, প্ৰশাসন, দৰ্শন, আৰু কলা' ৰ বিভিন্ন ক্ষেত্ৰত বিদ্যমান । লাহে লাহে পতনৰ দিশত আগবাঢ়ি এই সাম্ৰাজ্য চতুৰ্থ শতাব্দীৰ শেষৰ ফালে ৩৯৫ খ্ৰিষ্টাব্দত দুভাগত বিভক্ত হয়ঃ পশ্চিম সভ্যতা (Western Civilisation) আৰু প্ৰাচ্য সভ্যতা (Eastern Civilisation)। পূব ইউৰোপৰ ফ্ৰাঙ্ক (সভ্য উপজাতি), ভেণ্ডল (ধ্বংসকাৰী উপজাতি), হুন, গোথ (বৰ্বৰ উপজাতি) আদিৰ প্ৰকোপত পশ্চিম সভ্যতা অৱশেষত বিলুপ্ত হয়।

মধ্যযুগ

ইটালীৰ নেভেল জেক(Naval Jack), ইয়াত চাৰিখন সামুদ্ৰিক প্ৰজাতন্ত্ৰ, ওপৰৰ বাঁওফালৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত ক্ৰমে ভেনিচ, জেনোৱা, পিছা আৰু আমাল্ফিৰ সৈন্যচিহ্ন অঁকা আছে।

ৰোমৰ পতনৰ পিছত জাৰ্মান উপজাতি অষ্ট্ৰ’গ’থ বিলাকে ইটালী অধিকাৰ কৰে, কিন্তু ৬ষ্ঠ শতাব্দীত বাইজেন্টাইন সম্ৰাট ১ম জাষ্টিনিয়ানে অষ্ট্ৰ’গ’থ বিলাকৰ হাতৰ পৰা ইটালী পুনৰোদ্ধাৰ কৰে। । এই শতাব্দীৰ শেষৰ ফালে ল’ম্বাৰ্ড আৰু আন জাৰ্মান উপজাতিবিলাকৰ উপদ্ৰবত বাইজেন্টাইনসকলে ৰেভেন্না আৰু ৰোমৰ মধ্যবৰ্তী অংশৰ লগতে দক্ষিণ ইটালীৰ অন্যান্য অংশৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ১৮৭০ চনলৈকে ইটালীৰ একক ৰাষ্ট্ৰ বুলি পৰিগণিত হোৱাৰ পৰা বঞ্চিত হয়। ল’ম্বাৰ্ডসকলৰ শাসনাধিস্থ উত্তৰ আৰু মধ্য ইটালী ৮ম শতাব্দীৰ শেষ ভাগলৈ চাৰ্লমেগনে ফ্ৰেঙ্ক সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে । এই ফ্ৰেঙ্ক সম্ৰাট সকলে মধ্য ইটালীত পোপ অধীনস্থ প্ৰদেশ কিছুমানৰো সৃষ্টি কৰাত সহায় কৰে, আৰু এই প্ৰদেশসমূহ ৰোমৰ পৰা ৰেভান্নালৈকে প্ৰসাৰিত হৈ পৰে, যদিও পোপে এই কালছোৱাত প্ৰকৃতাৰ্থত কেৱল লেটিয়ামহে (Latium) শাসন কৰিছিল।এই ধৰ্মীয় প্ৰদেশ বিলাকৰ কাৰণে, এই সমগ্ৰ উপদ্বীপটোৰ একীকৰণ কেইবাশতিকাধৰি বাধাপ্ৰাপ্ত হৈ আহিছিল।১৩শ শতিকালৈকে ইটালীৰ ৰাজনীতি জাৰ্মানীৰ পৱিত্ৰ ৰোমান সম্ৰাট (Holy Roman Emperors) আৰু পোপৰ মাজৰ সম্বন্ধৰ ওপৰতে নিৰ্ধাৰিত হৈ আছিল, আৰু ইটালীৰ চহৰ বিলাকে সময়ানুযায়ী সুবিধাজনক স্থিতি অৱলম্বন কৰিছিল। এই কতৃত্বশীল শাসনৰ অভাৱৰ কালছোৱাতে ইটালীত এক নতুন ধৰণৰ অনুষ্ঠানৰ অভ্যুত্থান হয়, যাক “মধ্যযুগীয় সন্মিলন” (medieval commune) বুলি জনা যায়। এই অৰাজকতাৰ সময়ছোৱাত ইটালীৰ চহৰসমূহে নিজে নিজে শান্তি শৃংখলা বজাই ৰখা আৰু সামন্তবাদী সকলক বাধা দিয়াৰ পদক্ষেপ লয়। ১২শ শতিকাত এনে এটা সন্মিলিত দল ল’ম্বাৰ্ড লীগে জাৰ্মান সম্ৰাট ফ্ৰেডেৰিক বাৰ্বাৰোচা (Frederick Barbarossa)ক পৰাস্ত কৰে আৰু ইয়াৰ ফলশ্ৰুতিত মধ্য আৰু উত্তৰ ইটালীৰ প্ৰায়বোৰ চহৰেই স্বায়ত্বশাসনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসংখ্য যুদ্ধই প্ৰায় ধ্বংসস্তুপত পৰিণত কৰিলেও, ইটালীয়ে মধ্য আৰু উত্তৰ প্ৰান্তত তুলনামুলক ভাৱে উন্নত চহৰকেন্দ্ৰিক সভ্যতা বজাই ৰাখিবলৈ সক্ষম হৈছিল। এই কালছোৱাতে ইটালীত কেইবাখনো ‘সমুদ্ৰিক প্ৰজাতন্ত্ৰ’ৰ (Maritime Republics) অভ্যুত্থান হয়, ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’লভেনিচ, জেনোৱা, পিছা আৰু আমাল্ফি। ধৰ্মযুদ্ধত সৰ্বাত্মকভাৱে জড়িত হোৱাৰ পৰিপ্ৰক্ষিতত এই প্ৰজাতন্ত্ৰ সমুহে প্ৰচুৰ বাণিজ্যিক আৰু ৰাজনৈতিক সুযোগ লাভ কৰে, ভেনিচ আৰু জেনোৱা অনতিপলমে ইউৰোপীয় দেশসমূহৰ প্ৰাচ্য বাণিজ্যৰ মূল ঘাটী ৰূপে পৰিগণিত হয়, আৰু ইটালীয়ে কৃষ্ণ সাগৰ (Black Sea)লৈকে নিজৰ উপনিবেশ স্থাপন কৰে। ইয়াৰ ফলস্বৰূপে এই প্ৰদেশসমূহে বাইজেণ্টাইন সাম্ৰাজ্য আৰু ভূমধ্যসাগৰীৰ ইচলাম দেশসমূহৰ সৈতে হোৱা ব্যৱসায়ৰ সিংহভাগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ফ্লোৰেন্স বাণিজ্য আৰু অৰ্থনৈতিক দিশৰ পৰা সুসংগঠিত চহৰ প্ৰদেশ ৰূপে বিকশিত হৈ পৰে, আৰু পৰবৰ্তী কেইবা শতিকালৈকে ইউৰোপৰ চিল্ক, ঊল, বেংকিং আৰু অলংকাৰ উদ্যোগৰ কেন্দ্ৰস্থল হিচাপে পৰিচিত হয়।

দক্ষিণৰ ফালে, নৱম শতিকালৈ চিচিলি এখন ইচলামিকআমীৰশ্বাহীত পৰিণত হয়। এই আমিৰশ্বাহী ১১ শতিকাৰ শেষত ইটালীয় নৰ্মান সকলে চিচিলকে ধৰি উত্তৰ ইটালীৰ আন ল’ম্বাৰ্ড আৰু বাইজেণ্টাইন প্ৰদেশবিলাক অধিকাৰ নকৰালৈকে বৰ্তি থাকে। এক জটিল ঘটনাক্ৰমৰ মাজেৰ দক্ষিণ ইটালী এখন একত্ৰিত ৰাজ্য হিচাপে সংগঠিত হয়, প্ৰথমে “ হাউচ অফ্‌ অ’হেনষ্টুফেন”(House of Hohenstaufen) অধীনত, তাৰ পাছত “কেপেচিয়ান হাউচ অফ্ এন্জ’”(Capetian House of Anjou), আৰু ১৫শ শতিকাৰ পাছত “হাউচ অফ্ আৰাগনৰ”(house of Aragon) অধীনত। ( অৱশ্যে চিচিলি ১৩শ শতিকাৰ শেষৰ পৰা ১৫শ শতিকালৈকে আৰাগন অধীনস্থ এখন সুকীয়া প্ৰদেশেই আছিল)। চাৰ্ডিনিয়াৰ পূৰ্বৰ বাইজেণ্টাইন প্ৰদেশ বিলাক ‘জিউডিকাটি’ (giudicati), নামেৰে স্বতন্ত্ৰ ৰাজ্যৰূপে বিকশিত হয়, যদিও চাৰ্ডিনিয়া দ্বীপপূঞ্জৰ বেছিভাগ অঞ্চলেই জেনোৱা বা পিছাৰ নিয়ন্ত্ৰণত আছিল।অৱশ্যে ১৫শ শতিকাত আৰাগনসকলে এই অঞ্চল বিলাক নিজৰ হস্তগত কৰে।


বিদেশী শাসন আৰু নাপোলিয়নিক যুদ্ধ (১৭ -১৯শ শতাব্দী)

মাৰেনগো যুদ্ধে নাপোলিয়ন-এৰ বিজয় ইটালীকে ফান্সেৰ নিয়ন্ত্ৰণ কৰে আৰু তেখেতৰ সম্ৰাট হওয়াৰ পথ আস্তৰিকৃত হয়।

আধুনিক সময়ে আৰম্ভৰ দিকে ইটালীৰ ইতিহাস ছিল বিদেশী শাসনঃ ফলশ্ৰুতিতে ইটালীয়ান যুদ্ধ (১৯৪৯ পৰা ১৫৫৯ সাল), ইটালী অপেক্ষাকৃত শান্তি দেখেছিল প্ৰথম স্পেনেৰ হাবসবুৰ্গ (১৫৫৯ পৰা ১৭১৩ সাল) আৰু তাৰপৰ অষ্ট্ৰিয়াৰ হাবসবুৰ্গ।মহামড়ক ইটালীতে ১৪শ পৰা ১৭শ শতাব্দীতে বাৰংবাৰ উদিত হত। ভেনিসে ১৫৭৫ – ১৫৭৭ চনতৰ প্লেগ ৰোগে ৫০,০০০ লোক শিকাৰ হয় বলে দাবি কৰা হয়।[19] ১৭শ শতাব্দীৰ প্ৰথমাৰ্ধে প্লেগেৰ কাৰণে ১ লক্ষ ৭৩ হাজাৰ লোক শিকাৰ হয় বলে দাবি কৰা হয়েছিল যা সমগ্ৰ ইটালীৰ লোকসংখ্যাৰ ১৪%।[20] মিলানেৰ প্লেগ-এৰ দূৰাবস্থা দেখা দেয় ১৬২৯ পৰা ১৬৩১ চনত। লোম্বাৰ্দি ও ভেনিস বিশেষত মৃত্যুহাৰ ব্যাপক হয়। ১৬৫৬ চনত ৩ লক্ষেৰ মতো নেপলিস্‌ অধিবাসী প্লেগে মাৰা যায়।[21] নাপোলিয়নিক যুদ্ধেৰ সময়, ১৭৯৬ পৰা ১৮১৪ চনতৰ মাজত দেশটিৰ উত্তৰাঞ্চল পুনৰ্গঠন কৰে ইটালীৰ নতুন ৰাজ্য গঠন কৰা হয়, তখন এটি ছিল ফান্স সাম্ৰাজ্যেৰ এটা খৰিদ্দাৰ ৰাষ্ট্ৰ (Client State)। যখন উপদ্বীপটিৰ দক্ষিণাঞ্ছল জোয়াকিম মুৰাত (নেপোলিয়ানেৰ ভগ্নিপতি) , যিনি আছিল নেপ্লিসেৰ ৰাজা (King of Naples)। ১৮শ দশকেৰ শেষেৰ দিকে ভিয়েন্না কংগ্ৰেস (১৮১৪ সাল) পূৰ্বাবস্থা ফিৰিয়ে এনেছিল যা ইটালীৰ একভূতীকৰণেৰ অংশ হিচাপে উপক্ৰমিক আন্দোলনেৰ মধ্য দিয়ে খুব তাড়াতাড়ি বিপৰ্যস্ত হয়েছিল।

ইটালীৰ একীভূতিকৰণ আৰু অসাম্প্ৰদায়িক ইটালী (১৮৬১ – ১৯২২ খ্ৰিষ্টাব্দ)

গাৰিবালদি আৰু ভিক্টৰ এমানুয়েল ২য়

ইটালীৰ জাতীয়তাবাদী ও স্যাভয়েৰ ঘৰেৰ (হাউস অফ স্যাভয়) অনুগত ৰাজতন্ত্ৰবাদীসকলৰ কৰ্ম প্ৰচেষ্টাৰ ফলে সংযুক্ত ইটালী ৰাজ্য সৃষ্টিৰ হয় যা ইটালী উপদ্বীপকে চতুৰ্দিক পৰা ঘিৰে ৰাখে। ১৮৪৮ চনত সমগ্ৰ ইউৰোপ জুড়ে অষ্ট্ৰিয়াতে ঘোষিত ব্যৰ্থ যুদ্ধ মুক্ত বিপ্লবেৰ আলোড়ন বয়ে যায়। জোসেফ গাৰিবালদি দক্ষিণ ইটালীৰ প্ৰজাতন্ত্ৰীকৰণেৰ পক্ষে একীভূতীকৰণেৰ কাজ চালিয়ে যান।[22] যখন উত্তৰ ইটালীৰ পিয়েদমন্ত-সাৰদিনিয়া ৰাজতন্ত্ৰেৰ সৰকাৰ আছিল কামিল্লো বেন্সো, “কন্তে দি কাভোৰ” যাৰ আকাঙ্ক্ষা ছিলো স্বীয় বিধানেৰ এটা সংযুক্ত ইটালীৰ। ইটালীৰ ২য় স্বাধীনতা যুদ্ধেৰ সময় অষ্ট্ৰিয়াৰ সাম্ৰাজ্যকে সাফল্যেৰ সহিত ৩য় নেপোলিয়নকে সৈতে নিয়ে প্ৰতিদ্বন্দ্বীতা কৰে লোম্বাৰ্দি-ভেনেসিয়া মুক্ত কৰে। যাৰ ফলে এক সময় তুৰিন শহৰ হৈছে উঠে এই নতুন ৰাষ্ট্ৰেৰ ৰাজধানী। ১৮৬৫ খ্ৰিষ্টাব্দে ৰাজধানীটি ফ্লোৰেন্সে স্থানান্তৰিত হয়। ১৮৬৬ খ্ৰিষ্টাব্দে ২য় এমানুয়েল প্ৰুসিয়াতে অষ্ট্ৰ-প্ৰুসিয়ান যুদ্ধেৰ সময় ৰাজ্যটি ঢেলে সাজান। অতঃপৰ ইটালীৰ ৩য় স্বাধীনতা যুদ্ধেৰ সঞ্চালনেৰ সময় ভেনিস সংযোজিত হয়। ১৮৭০ খ্ৰিষ্টাব্দে ফান্স-প্ৰুসিয়া যুদ্ধেৰ সময় ফান্সেৰ বিপৰ্যয়েৰ মতো

ৰোম তেখেতৰ অবস্থান পৰা পৰিত্যক্ত হয় ফলে ইটালী তড়িঘড়ি কৰে কৰ্তৃত্ব শূন্যতা পূৰণে সাৰ্বভৌম ফ্ৰান্স পৰা পোপীয় ৰাষ্ট্ৰ দায়িত্ব নেয়া হয়।

অবশেষে ইটালী একীভূত হয় আৰু কিছু সময়েৰ বাবে ইটালীৰ ৰাজধানী ফ্লোৰেন্স পৰা ৰোমে স্থানান্তৰিত কৰা হয়। সৰকাৰ যতদিন ৰাজতন্ত্ৰ সৰকাৰেৰ সংসদীয় পদ্ধতি হয়েছিল লিবাৰেলৰা শাসন কৰেছিল।

ইটালীৰ উত্তাৰাঞ্চল হয়ে উঠে শিল্পায়িত ও আধুনিকীকৰণ, দক্ষিণ ইটালী আৰু উত্তৰেৰ গ্ৰামীণ অঞ্চলসমূহৰ অনুন্নত ও অচল হয়ে যায় আৰু লক্ষাধিক সংখ্যক মানুহ শ্ৰমশিল্পে জড়িত হয়ে পড়ে, কিছু বিদেশ গমন কৰে। ১৮৪৮ খ্ৰিষ্টাব্সকলৰ সাৰদিনিয়াৰ আলবাৰ্টিন সংবিধি ১৮৬১ চনত ইটালীৰ সমগ্ৰ ৰাজ্যে প্ৰণয়ন কৰা হয় যাতে মৌলিক চাহিদাসমূহৰ সমুন্নত ৰেখে নিৰ্বাচনী আইনে ভুমধ্যিকাৰীবিহীন ও অশিক্ষিত সম্প্ৰদায়েৰ ভোটেৰ চাহিদা নিশ্চিত কৰা হয় নি। ১৯১৩ চনত সাৰ্বজনীন নিৰ্বাচনী অধিকাৰ গৃহীত হয়।

ইটালীয়ান সোস্যলিষ্ট পাৰ্টি প্ৰচলিত উদাৰনীতি ও ৰক্ষণশীল প্ৰতিষ্ঠানকে চ্যালেঞ্জ কৰে শক্তি বৃদ্ধি কৰেছিল। ১৯১৩ চনত ইতালীয় সৰ্বোচ্চ বাস্তুত্যাগ (প্ৰবাস গমন) পৌছায়, যখন ৮,৭২,৫৯৮ জন লোক ইটালী ছেড়ে বিদেশে চলে যায়।[23] উনবিংশ শতকেৰ আৰম্ভৰ বিগত ২ দশক, ইটালী সোমালিয়া, ইৰিথ্ৰিয়া আৰু পৰে লিবিয়া ও ডোদেকানিজসকলৰ অধীনস্থ কৰাৰ মধ্য দিয়ে ঔপনিবেছিক শক্তি গড়ে তোলে।[24] ১ম বিশ্ব যুদ্ধেৰ সময়, ইটালী প্ৰথমবাৰেৰ মতো নিৰপেক্ষ ভূমিকা পালন কৰেছিল আৰু কিন্তু ১৯১৫ চনত ট্ৰিটি অব লণ্ডন (লণ্ডনেৰ আপোসনামা) চুক্তিতে স্বাক্ষৰ কৰে আৰু আওষ্ট্ৰ-হাঙ্গৰিয়ান সাম্ৰাজ্য ও সঙ্গে অত্তমান সাম্ৰাজ্য হতে ট্ৰেন্তো, ট্ৰিএস্তে, গোৰিৎজিয়া আৰু গ্ৰাদিস্কা, ইস্ত্ৰিয়া আৰু দক্ষিণাত্য দালমাশিয়া পোৱাৰ অঙ্গীকাৰ লাভ কৰে এন্তান্তে'তে প্ৰবেশ কৰে। যুদ্ধেৰ সময় সাড়ে ৬ লক্ষেৰও বেছি ইতালীয় সৈন্য প্ৰাণ হাৰায়[25] ও সৈতে অৰ্থনীতি ভেঙ্গে যায়। সাইন্ট -জাৰ্মাইন চুক্তি অনুসাৰে , ৰাপাল্লো ও ৰোম, ইটালী ফিউমে (ইতালীয় ভাষায়) হাঙ্গেৰীয় পোতাশ্ৰয় সহ অঙ্গীকাৰকৃত ভূমি লাভ কৰে। কিন্তু জাৰা ছাড়া তখন যুগোস্লাভিয়াৰ অধীনস্থ দালমাশিয়া লাভে ব্যৰ্থ হয়। জাতীয়তাবাদীৰা এই জয়কে “বিকলাঙ্গ” জয় বলে আখ্যায়িত কৰেছিল।



তথ্য সংগ্ৰহ

  1. ইটালিয়ান "Monthly demographic balance: January–April 2010". http://www.istat.it/salastampa/comunicati/non_calendario/20100915_00/testointegrale20100915.pdf। আহৰণ কৰা হৈছে: 19 September 2010. 
  2. 2.0 2.1 2.2 2.3 "World Economic Outlook Database, April 2010". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2010/01/weodata/weorept.aspx?sy=2007&ey=2010&scsm=1&ssd=1&sort=country&ds=.&br=1&c=136&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=54&pr.y=1। আহৰণ কৰা হৈছে: 21 April 2010. 
  3. "Distribution of family income - Gini index". CIA - The World Factbook. https://www.cia.gov/library/publications/the-world-factbook/geos/it.html। আহৰণ কৰা হৈছে: 9 July 2010. 
  4. Alberto Manco, Italia. Disegno storico-linguistico, 2009, Napoli, L'Orientale, ISBN 978-88-95044-62-0
  5. OLD, p. 974: "first syll. naturally short (cf. Quint.Inst.1.5.18), and so scanned in Lucil.825, but in dactylic verse lengthened metri gratia."
  6. J.P. Mallory and D.Q. Adams, Encyclopedia of Indo-European Culture (London: Fitzroy and Dearborn, 1997), 24.
  7. Dionysius of Halicarnassus,Roman Antiquities, 1.35, on LacusCurtius
  8. Aristotle, Politics, 7.1329b, on Perseus
  9. Thucydides, The Peloponnesian War, 6.2.4, on Perseus
  10. Pallottino, M., History of Earliest Italy, trans. Ryle, M & Soper, K. in Jerome Lectures, Seventeenth Series, p. 50
  11. Kluwer Academic/Plenum Publishers 2001, ch. 2. ISBN 0-306-46463-2.
  12. The Mycenaeans and Italy: the archaeological and archaeometric ceramic evidence, University of Glasgow, Department of Archaeology
  13. Emilio Peruzzi, Mycenaeans in early Latium, (Incunabula Graeca 75), Edizioni dell'Ateneo & Bizzarri, Roma, 1980
  14. Lord William Taylour, Mycenaean Pottery in Italy and Adjacent Areas (Cambridge 1958)
  15. Gert Jan van Wijngaarden, Use and Appreciation of Mycenaean Pottery in the Levant, Cyprus and Italy (1600-1200 B.C.): The Significance of Context, Amsterdam Archaeological Studies, Amsterdam University Press, 2001
  16. Andrea Vianello, Late Bronze Age Mycenaean and Italic Products in the West Mediterranean: A Social and Economic Analysis, (British Archaeological Reports International Series), British Archaeological Reports
  17. Miriam S. Balmuth, Robert J. Rowland, Studies in Sardinian archaeology, University of Michigan Press, 1984
  18. Bryan Feuer, Mycenaean civilization: an annotated bibliography through 2002, McFarland & Company; Rev Sub edition (2 March 2004)
  19. প্লেগ ইতিহাস, Texas Department of State Health Services
  20. কাৰ্ল জুলিয়াস বেলোচ, Bevölkerungsgeschichte Italiens, ভলিউম ৩, পৃঃ ৩৫৯ - ৩৬০।
  21. "১৬০০ শতকেৰ নেপলিস(Naples in the 1600s)". Faculty.ed.umuc.edu. http://faculty.ed.umuc.edu/~jmatthew/naples/goldenage.htm। আহৰণ কৰা হৈছে: 3 November 2008. 
  22. (ম্যাক স্মিথ, দেনিস (১৯৯৭). আধুনিক ইটালী; ৰাজনৈতিক ইতিহাস. Ann Arbor: The University of Michigan Press. ISBN 0-472-10895-6, p. 15.
  23. Monticelli, Giuseppe Lucrezio (Summer, 1967). "Italian Emigration: Basic Characteristic and Trends with Special Reference to the Last Twenty Years.". International Migration Review (The Center for Migration Studies of New York, Inc.) খণ্ড 1 (3, Special issue, The Italian Experience in Emigration): 10–24. 10.2307/3002737. ISSN 01979183. 
  24. (Bosworth (2005), pp. 49.)
  25. Mortara, G (1925). La Salute pubblica in Italia durante e dopo la Guerra. প্ৰকাশক New Haven: Yale University Press. 

বাহ্যিক সংযোগ

দেশেৰ প্ৰোফাইল
সাধাৰণ
সৰকাৰ
জনগণ প্ৰতিষ্ঠান
Other Languages
Аҧсшәа: Италиа
Acèh: Itali
адыгабзэ: Италие
Afrikaans: Italië
Akan: Italy
Alemannisch: Italien
አማርኛ: ጣልያን
aragonés: Italia
Ænglisc: Italia
العربية: إيطاليا
ܐܪܡܝܐ: ܐܝܛܠܝܐ
مصرى: ايطاليا
asturianu: Italia
авар: Италия
Aymar aru: Italiya
azərbaycanca: İtaliya
تۆرکجه: ایتالیا
башҡортса: Италия
Bali: Italia
Boarisch: Italien
žemaitėška: Italėjė
Bikol Central: Italya
беларуская: Італія
беларуская (тарашкевіца)‎: Італія
български: Италия
भोजपुरी: इटली
Bislama: Itali
বাংলা: ইতালি
བོད་ཡིག: ཨི་ཏ་ལི།
বিষ্ণুপ্রিয়া মণিপুরী: ইতালি
brezhoneg: Italia
bosanski: Italija
ᨅᨔ ᨕᨘᨁᨗ: Italia
буряад: Итали
català: Itàlia
Chavacano de Zamboanga: Italia
Mìng-dĕ̤ng-ngṳ̄: É-dâi-lé
нохчийн: Итали
Cebuano: Italya
Chamoru: Italia
ᏣᎳᎩ: ᎢᏔᎵ
Tsetsêhestâhese: Italy
کوردی: ئیتالیا
corsu: Italia
Nēhiyawēwin / ᓀᐦᐃᔭᐍᐏᐣ: ᐃᑕᓖ
qırımtatarca: İtaliya
čeština: Itálie
kaszëbsczi: Italskô
словѣньскъ / ⰔⰎⰑⰂⰡⰐⰠⰔⰍⰟ: Їталїꙗ
Чӑвашла: Итали
Cymraeg: Yr Eidal
dansk: Italien
Deutsch: Italien
Zazaki: İtalya
dolnoserbski: Italska
डोटेली: इटाली
ދިވެހިބަސް: އިޓަލީވިލާތް
ཇོང་ཁ: ཨྀཊ་ལི་
eʋegbe: Italy
Ελληνικά: Ιταλία
emiliàn e rumagnòl: Itâglia
English: Italy
Esperanto: Italio
español: Italia
eesti: Itaalia
euskara: Italia
estremeñu: Italia
فارسی: ایتالیا
Fulfulde: Italiya
suomi: Italia
Võro: Itaalia
Na Vosa Vakaviti: Itali
føroyskt: Italia
français: Italie
arpetan: Étalia
Nordfriisk: Itaalien
furlan: Italie
Frysk: Itaalje
Gaeilge: An Iodáil
Gagauz: İtaliya
贛語: 意大利
kriyòl gwiyannen: Itali
Gàidhlig: An Eadailt
galego: Italia
Avañe'ẽ: Itália
गोंयची कोंकणी / Gõychi Konknni: इटली
𐌲𐌿𐍄𐌹𐍃𐌺: 𐌹𐍄𐌰𐌻𐌾𐌰
ગુજરાતી: ઈટલી
Gaelg: Yn Iddaal
Hausa: Italiya
客家語/Hak-kâ-ngî: Yi-thai-li
Hawaiʻi: ʻĪkālia
עברית: איטליה
हिन्दी: इटली
Fiji Hindi: Italy
hrvatski: Italija
hornjoserbsce: Italska
Kreyòl ayisyen: Itali
magyar: Olaszország
հայերեն: Իտալիա
Արեւմտահայերէն: Իտալիա
interlingua: Italia
Bahasa Indonesia: Italia
Interlingue: Italia
Igbo: Italy
Ilokano: Italia
ГӀалгӀай: Итали
Ido: Italia
íslenska: Ítalía
italiano: Italia
ᐃᓄᒃᑎᑐᑦ/inuktitut: Italy
日本語: イタリア
Patois: Itali
la .lojban.: italias
Jawa: Itali
ქართული: იტალია
Qaraqalpaqsha: İtaliya
Taqbaylit: Ṭelyan
Адыгэбзэ: Италэ
Kabɩyɛ: Itaalii
Kongo: Italia
Gĩkũyũ: Itari
қазақша: Италия
kalaallisut: Italia
ភាសាខ្មែរ: អ៊ីតាលី
ಕನ್ನಡ: ಇಟಲಿ
한국어: 이탈리아
Перем Коми: Италья
къарачай-малкъар: Италия
Ripoarisch: Italie
kurdî: Îtalya
коми: Италия
kernowek: Itali
Кыргызча: Италия
Latina: Italia
Ladino: Italia
Lëtzebuergesch: Italien
лезги: Италия
Lingua Franca Nova: Italia
Luganda: Yitale
Limburgs: Italië
Ligure: Italia
lumbaart: Itàlia
lingála: Italya
لۊری شومالی: ایتالٛیا
lietuvių: Italija
latgaļu: Italeja
latviešu: Itālija
मैथिली: इटाली
Basa Banyumasan: Italia
мокшень: Италие
Malagasy: Italia
олык марий: Италий
Māori: Itāria
Minangkabau: Italia
македонски: Италија
മലയാളം: ഇറ്റലി
монгол: Итали
मराठी: इटली
Bahasa Melayu: Itali
Malti: Italja
Mirandés: Eitália
မြန်မာဘာသာ: အီတလီနိုင်ငံ
مازِرونی: ایتالیا
Dorerin Naoero: Itari
Nāhuatl: Italia
Napulitano: Italia
Plattdüütsch: Italien
Nedersaksies: Italiën
नेपाली: इटाली
नेपाल भाषा: इटाली
Nederlands: Italië
norsk nynorsk: Italia
norsk: Italia
Novial: Italia
ߒߞߏ: ߌߕߊߟߌ߫
Nouormand: Italie
Sesotho sa Leboa: Italia
Chi-Chewa: Italia
occitan: Itàlia
Livvinkarjala: Itualii
Oromoo: Xaaliyaanii
ଓଡ଼ିଆ: ଇଟାଲୀ
Ирон: Итали
ਪੰਜਾਬੀ: ਇਟਲੀ
Pangasinan: Italia
Kapampangan: Italya
Papiamentu: Italia
Picard: Italie
Deitsch: Idali
Pälzisch: Italien
पालि: इटली
Norfuk / Pitkern: Italii
polski: Włochy
Piemontèis: Italia
پنجابی: اٹلی
Ποντιακά: Ιταλία
پښتو: اېټاليا
português: Itália
Runa Simi: Italya
rumantsch: Italia
romani čhib: Italiya
Kirundi: Ubutariyano
română: Italia
armãneashti: Italia
tarandíne: Itaglie
русский: Италия
русиньскый: Італія
Kinyarwanda: Ubutaliyani
संस्कृतम्: इटली
саха тыла: Италия
ᱥᱟᱱᱛᱟᱲᱤ: ᱤᱴᱟᱞᱤ
sardu: Itàlia
sicilianu: Italia
Scots: Italy
سنڌي: اٽلي
davvisámegiella: Itália
Sängö: Italùii
srpskohrvatski / српскохрватски: Italija
සිංහල: ඉතාලිය
Simple English: Italy
slovenčina: Taliansko
slovenščina: Italija
Gagana Samoa: Italia
chiShona: Italy
Soomaaliga: Talyaaniga
shqip: Italia
српски / srpski: Италија
Sranantongo: Italiyanikondre
SiSwati: INtaliyane
Sesotho: Ithali
Seeltersk: Italien
Sunda: Italia
svenska: Italien
Kiswahili: Italia
ślůnski: Italijo
Sakizaya: Italy
தமிழ்: இத்தாலி
ತುಳು: ಇಟಲಿ
తెలుగు: ఇటలీ
tetun: Itália
тоҷикӣ: Итолиё
ትግርኛ: ኢጣልያ
Türkmençe: Italiýa
Tagalog: Italya
Setswana: Italia
Tok Pisin: Itali
Türkçe: İtalya
Xitsonga: Ithali
татарча/tatarça: Италия
chiTumbuka: Italy
Twi: Italy
reo tahiti: ’Itāria
тыва дыл: Италия
удмурт: Италия
ئۇيغۇرچە / Uyghurche: ئىتالىيە
українська: Італія
اردو: اطالیہ
oʻzbekcha/ўзбекча: Italiya
Tshivenda: Italy
vèneto: Itałia
vepsän kel’: Italii
Tiếng Việt: Ý
West-Vlams: Itoalië
Volapük: Litaliyän
walon: Itåleye
Winaray: Italya
Wolof: Itaali
吴语: 意大利
isiXhosa: IItaly
მარგალური: იტალია
ייִדיש: איטאליע
Yorùbá: Itálíà
Vahcuengh: Eiqdaihleih
Zeêuws: Itâlië
中文: 意大利
文言: 義大利
Bân-lâm-gú: Í-tāi-lī
粵語: 意大利
isiZulu: ITaliya