ইউৰো

ইউৰো
২০১৫ চনৰ ইউৰো বেংকনোট
২০১৫ চনৰ ইউৰো বেংকনোট
ISO 4217 ক’ডEUR (num. 978)
কেন্দ্ৰীয় বেঙ্কইউৰোপিয়ান চেণ্ট্ৰেল বেংক
ৱেবছাইট[http://www.ecb.europa.eu www.ecb.europa.eu]
ব্যৱহাৰকাৰী
মুদ্ৰাস্ফীতি-০.৬% (জানুৱাৰী ২০১৫)
উৎসজানুৱাৰী ২০১৪[1]
পদ্ধতিHICP
বিনিময় হাৰ
উপ একক
১⁄১০০চেণ্ট
চিহ্ন
আন নামএকক মুদ্ৰা[2]
ধাতব মুদ্ৰা১ চেণ্ট, ২ চেণ্ট, ৫ চেণ্ট, ১০ চেণ্ট, ২০ চেণ্ট, ৫০ চেণ্ট, €১, €২
কাগজী মুদ্ৰা€৫, €১০, €২০, €৫০, €১০০, €২০০, €৫০০
Europäische Wirtschafts- und Währungsunion 2.svg
Euro symbol.svg
Euro banknotes.png
Euro coins line.jpg

ইউৰো (চিহ্ন: ; কোড: EUR) হৈছে ইউৰোপিয়ান ইউনিয়নৰ ২৮ খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, আয়াৰলেণ্ড, ইটালী, লেটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ, মালটা,নেদাৰলেণ্ড, পৰ্তুগাল, স্ল’ভাকিয়া, স্ল’ভেনিয়া, আৰু স্পেইন.[3][4] ইউৰোপিয়ান ইউনিয়নৰ বিভিন্ন সংগঠনসমূহৰ লগতে আন চাৰিখন ইউৰোপিয়ান দেশেও আনুষ্ঠানিকভাৱে ইউৰোৰ ব্যৱহাৰ কৰে।[5] ইউৰোপৰ বাহিৰে ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ শাসনাধীন অঞ্চলবিশেষে ইউৰোৰ প্ৰচলন আছে।

ইয়াৰোপৰি, ২০১৩ চনৰ হিচাপমতে সমগ্ৰ বিশ্বৰ ২১০ মিলিয়ন লোকে ইউৰোৰ সৈতে সংযুক্ত মুদ্ৰা ব্যৱহাৰ কৰে। ইউৰো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সঞ্চিত মুদ্ৰা হোৱাৰ লগতে বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত ই দ্বিতীয় স্থানত আছে।[6][7][8]২০১৪ চনত €৯৯৫,০০০,০০০,০০০ কৈয়ো অধিক পৰিমাণৰ প্ৰচলনেৰে ইউৰো মুঠ প্ৰচলিত বেংকনোট আৰু মোহৰৰ মূল্যৰ হিচাপত আমেৰিকান ডলাৰক অতিক্ৰম কৰি প্ৰথম স্থানত আছিল। [note 15]আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ২০০৮ চনত সদৰি কৰা হিচাপমতে মুঠ ঘৰুৱা উৎপাদন আৰু বিভিন্ন মুদ্ৰাৰ তুলনামূলক ক্ৰয় ক্ষমতাৰ ভিত্তিত ইউৰোমণ্ডল বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি।[9]

১৯৯৫ চনৰ ১৬ ডিচেম্বৰত ইউৰো নামটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়।[10] বিশ্বৰ বিত্তীয় বজাৰলৈ ইউৰোৰ আগমণ ঘটে ১৯৯৯ চনৰ ১ জানুৱাৰীত। কিন্তু মোহৰ আৰু বেংক নোটসমূহৰ প্ৰকৃতাৰ্থত প্ৰচলন ঘটে ২০০২ চনৰ ১ জানুৱাৰীৰ পৰাহে।[11] ২০০০ চনত €১=$০.৮২৫২ হোৱাৰ বিপৰীতে ২০০৮ চনলৈ এই মূল্য হয়গৈ €১=$১.৬০৩৮[12] গ্ৰীচৰ দেনা আৰু স্পেইনৰ বিপদাপন্ন বেংকিং খণ্ডৰ বাবে ২০১২ চনৰ জুলাইত ইউৰোৰ মূল্য $১.২১ লৈ অৱনমিত হয়।[13] ২০১৫ চনৰ জুন মাহত ১ ইউৰোৰ মূল্য হয়গৈ $১.১০[14]

টোকাসমূহ

  1. তুৰ্কী লিৰা ব্যৱহাৰ কৰা উত্তৰ চাইপ্ৰাছৰ বাদে
  2. বৈদেশিক বিভাগসমূহক ধৰি
  3. চুইছ ফ্ৰাঁ ব্যৱহাৰ কৰা কেপিয়ন ডি ইটালিয়াৰ বাদে
  4. দেশখনৰ ইউৰোপিয়ান ইউনিয়নত অন্তৰ্ভুক্ত ভাগটোৱেহে ইউৰো ব্যৱহাৰ কৰে। কেৰিবিয়ান নেদাৰলেণ্ডে ২০১১ চনৰ পৰা আমেৰিকান ডলাৰ ব্যৱহাৰ কৰি আহিছে।
  5. "Monetary Agreement between the European Union and the Principality of Andorra". http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:C:2011:369:0001:0013:EN:PDF। আহৰণ কৰা হৈছে: 2012-09-08. 
  6. "By monetary agreement between France (acting for the EC) and Monaco". http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:L:2002:142:0059:0073:EN:PDF। আহৰণ কৰা হৈছে: 30 May 2010. 
  7. "By monetary agreement between Italy (acting for the EC) and San Marino". http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:C:2001:209:0001:0004:EN:PDF। আহৰণ কৰা হৈছে: 30 May 2010. 
  8. "By monetary agreement between Italy (acting for the EC) and Vatican City". http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:C:2001:299:0001:0004:EN:PDF। আহৰণ কৰা হৈছে: 30 May 2010. 
  9. "By the third protocol to the Cyprus adhesion Treaty to EU and British local ordinance" (PDF). http://www.sba.mod.uk/SBA%20Legislation/Ord%202007/Euro%20Ordinance%202007.pdf। আহৰণ কৰা হৈছে: 17 July 2011. 
  10. "By agreement of the EU Council". http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:L:1999:030:0029:0030:EN:PDF। আহৰণ কৰা হৈছে: 30 May 2010. 
  11. "By UNMIK administration direction 1999/2". Unmikonline.org. http://www.unmikonline.org/regulations/admdirect/1999/089%20Final%20%20ADE%201999-02.htm। আহৰণ কৰা হৈছে: 30 May 2010. 
  12. See Montenegro and the euro
  13. "In Zimbabwe there are nine currencies, amongst others the euro and the US dollar". uselessk.com. http://uselessk.com/facts/in-zimbabwe-there-are-nine-official-currencies-amongst-others-the-euro-and-the-us-dollar। আহৰণ কৰা হৈছে: 29 May 2014. 
  14. "Currently, the South African rand, Botswana pula, pound sterling, euro, and the United States dollar are all in use". geocurrents.info. http://www.geocurrents.info/geonotes/and-the-currency-of-zimbabwe-is। আহৰণ কৰা হৈছে: 29 May 2014. 
  15. ২৬ এপ্ৰিল  ২০১৩ (2013 -04-26) অনুসৰি:
    Total EUR currency (coins and banknotes) in circulation 771.5 (banknotes) + 21.032 (coins) =792.53 billion EUR * 1.48 (exchange rate) = 1,080 billion USD
    Total USD currency (coins and banknotes) in circulation 859 billion USD
Other Languages
Afrikaans: Euro
Alemannisch: Euro
አማርኛ: ዩሮ
aragonés: Euro
العربية: يورو
ܐܪܡܝܐ: ܐܘܪܘ
مصرى: يورو
asturianu: Euru
azərbaycanca: Avro
تۆرکجه: یورو
башҡортса: Евро
Boarisch: Eiro
žemaitėška: Eurs
беларуская: Еўра
беларуская (тарашкевіца)‎: Эўра
български: Евро
বাংলা: ইউরো
বিষ্ণুপ্রিয়া মণিপুরী: ইউরো
brezhoneg: Euro
bosanski: Euro
буряад: Евро
català: Euro
Mìng-dĕ̤ng-ngṳ̄: Euro
کوردی: یۆرۆ
corsu: Euru
qırımtatarca: Avro
čeština: Euro
kaszëbsczi: Eùro
словѣньскъ / ⰔⰎⰑⰂⰡⰐⰠⰔⰍⰟ: Єѵрѡ
Чӑвашла: Евро
Cymraeg: Ewro
dansk: Euro
Deutsch: Euro
Zazaki: Ewro
dolnoserbski: Euro
Ελληνικά: Ευρώ
English: Euro
Esperanto: Eŭro
español: Euro
eesti: Euro
euskara: Euro
estremeñu: Euru
فارسی: یورو
suomi: Euro
Võro: Õuro
føroyskt: Evra
français: Euro
arpetan: Erô
Nordfriisk: Euro
furlan: Euro
Frysk: Euro
Gaeilge: Euro
Gagauz: Euro
贛語: 歐元
Gàidhlig: Euro
galego: Euro
Avañe'ẽ: Euro
𐌲𐌿𐍄𐌹𐍃𐌺: 𐌰𐌹𐍅𐍂𐍉
Gaelg: Euro
客家語/Hak-kâ-ngî: Euro
עברית: אירו
हिन्दी: यूरो
Fiji Hindi: Euro
hrvatski: Euro
hornjoserbsce: Euro
Kreyòl ayisyen: Ewo
magyar: Euró
հայերեն: Եվրո
interlingua: Euro
Bahasa Indonesia: Euro
Interlingue: Euro
Ilokano: Euro
Ido: Euro
íslenska: Evra
italiano: Euro
日本語: ユーロ
Patois: Yuuro
la .lojban.: ronru'u
Basa Jawa: Euro
ქართული: ევრო
Qaraqalpaqsha: Evro
Адыгэбзэ: Еуро
қазақша: Еуро
ಕನ್ನಡ: ಯುರೋ
한국어: 유로
къарачай-малкъар: Евро
Ripoarisch: Euro
kurdî: Ewro
коми: Евро
kernowek: Euro
Кыргызча: Евро
Latina: Euro
Ladino: Euro
Lëtzebuergesch: Euro
лезги: Евро
Limburgs: Euro
Ligure: Euro
lumbaart: Euro
lingála: Euro
ລາວ: ເອີໂຣ
لۊری شومالی: یورو
lietuvių: Euras
latgaļu: Eura
latviešu: Eiro
Malagasy: Euro
Māori: Euro
македонски: Евро
മലയാളം: യൂറോ
монгол: Евро
मराठी: युरो
Bahasa Melayu: Euro
Malti: Ewro
Mirandés: Ouro (moneda)
မြန်မာဘာသာ: ယူရို
эрзянь: Евро
مازِرونی: یورو
Nāhuatl: Euro
Napulitano: Euro
Plattdüütsch: Euro
Nedersaksies: Uro
नेपाली: युरो
नेपाल भाषा: युरो
Nederlands: Euro
norsk nynorsk: Euro
norsk: Euro
Novial: Euro
Nouormand: Étchu
Sesotho sa Leboa: Euro
occitan: Èuro
Ирон: Евро
ਪੰਜਾਬੀ: ਯੂਰੋ
Papiamentu: Euro
Picard: Uro
Deitsch: Euro
Norfuk / Pitkern: Uro
polski: Euro
Piemontèis: Euro
پنجابی: یورو
پښتو: ېورو
português: Euro
Runa Simi: Iwru
rumantsch: Euro
română: Euro
tarandíne: Euro
русский: Евро
русиньскый: Евро
саха тыла: Эуро
ᱥᱟᱱᱛᱟᱲᱤ: ᱤᱣᱩᱨᱳ
sicilianu: Euru
Scots: Euro
davvisámegiella: Euro
srpskohrvatski / српскохрватски: Euro
Simple English: Euro
slovenčina: Euro
slovenščina: Evro
Gagana Samoa: Euro
Soomaaliga: Euro
shqip: Euro
српски / srpski: Евро
Seeltersk: Euro (Jäild)
svenska: Euro
Kiswahili: Euro
ślůnski: Ojro
தமிழ்: ஐரோ
తెలుగు: యూరో
тоҷикӣ: Евро
ไทย: ยูโร
Tagalog: Euro
Tok Pisin: Euro
Türkçe: Euro
татарча/tatarça: Евро
ئۇيغۇرچە / Uyghurche: ياۋرۇ
українська: Євро
اردو: یورو
oʻzbekcha/ўзбекча: Yevro
vèneto: Euro
vepsän kel’: Evro
Tiếng Việt: Euro
West-Vlams: Euro
Volapük: Euro
Winaray: Euro
吴语: 欧元
მარგალური: ევრო
ייִדיש: איירא
Yorùbá: Euro
中文: 欧元
文言: 歐元
Bân-lâm-gú: Euro
粵語: 歐羅
isiZulu: Euro