আন্তৰ্জাতিক শ্ৰমিক দিৱস

মে’ দিৱস
মে’ দিৱস
সম্পুৰ্ণ নাম আন্তৰ্জাতিক শ্ৰমিক দিৱস
অন্য নাম মে’ দিৱস
পালন কৰে শ্ৰ্মিক মানুহ আৰু তেওঁলোকৰ শ্ৰ্মিক সন্থা
তাৰিখ ১ মে’
উদযাপন organized street demonstrations and street marches

আন্তৰ্জাতিক শ্ৰমিক দিৱসটো (ইংৰাজী: International Workers' Day ) মে' দিৱস নামেৰেও পৰিচিত। মে' মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত এই দিৱস পালিত হয়। কিছুমান দেশে মে’ দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰে। এই দিনটো চৰকাৰী ভাবে ছুটিৰ দিন। ১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয়।[1] পিছে যুক্তৰাষ্ট্ৰ বা কানাডাত এইদিন পালন কৰা নহয়। ইয়াৰ উপৰিও এইদিনটোৰ আন কিছু ঘটনা আছে যিবোৰ আঞ্চলিক ভাবে হয়তো পালন কৰা হয়।


Other Languages
Alemannisch: Erster Mai
беларуская: Першага мая
беларуская (тарашкевіца)‎: Першага траўня
čeština: Svátek práce
Deutsch: Erster Mai
Zazaki: 1ê Gulane
suomi: Vappu
Avañe'ẽ: Mba'apohára Ára
עברית: אחד במאי
հայերեն: Մայիսի 1 (տոն)
Bahasa Indonesia: Hari Buruh
Interlingue: Die del labore
íslenska: Fyrsti maí
日本語: メーデー
한국어: 노동절
Latina: Dies Laboris
latviešu: Darba svētki
മലയാളം: മേയ്‌ ദിനം
Bahasa Melayu: Hari Pekerja
Nederlands: Dag van de Arbeid
norsk nynorsk: Første mai
ଓଡ଼ିଆ: ମଇ ଦିବସ
پنجابی: مئی دن
português: Dia do Trabalhador
română: Ziua Muncii
srpskohrvatski / српскохрватски: Međunarodni praznik rada
Simple English: May Day
slovenčina: Sviatok práce
slovenščina: Praznik dela
српски / srpski: Празник рада
svenska: Första maj
தமிழ்: மே நாள்
українська: День праці
اردو: یوم مئی
oʻzbekcha/ўзбекча: Xalqaro mehnatkashlar kuni
vepsän kel’: Keväden i radon päiv
Bân-lâm-gú: Lô-tōng-cheh