অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশ
—  ৰাজ্য  —
অৰুণাচল প্ৰদেশৰ মোহৰ
মোহৰ
ভাৰতৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ অৱস্থান
অৰুণাচল প্ৰদেশৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (ইটানগৰ): 27°04′N 93°22′E / 27°04′N 93°22′E / 27.06; 93.37
দেশ ভাৰত
গঠন২০ ফেব্ৰুৱাৰী ১৯৮৭
ৰাজধানীইটানগৰ
জিলাসমূহ16
চৰকাৰ
 - ৰাজ্যপালব্ৰিগেদিয়াৰ বি.ডি. মিশ্ৰ
 - মূখ্যমন্ত্ৰীপেমা খান্দু (ভাজপা)
 - বিধান সভাৰ আসন৬০ খন
 - লোকসভাৰ আসন২ খন
 - উচ্চ ন্যায়ালায়গুৱাহাটী উচ্চ ন্যায়ালয়
মাটিকালি
 - মুঠ৮৩,৭৪৩ কি.মি. 
(৩২,৩৩৩.৪ বৰ্গ মাইল)
অঞ্চলৰ স্থানাক১৪শ
জনসংখ্যা (২০১১)
 - মুঠ১৩,৮২,৬১১ জন
 - স্থান২৬তম
 - জনঘনত্ব১৬.৫ প্ৰতি বৰ্গ কি.মি. 
(৪২.৮ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোডIN-AR
মানৱ সম্পদ বিকাশ সূচাংকবৃদ্ধি ০.৬১৭ (মধ্যম)
HDI স্থান১৮শ (২০০৫)
সাক্ষৰতা৬৬.৯৫%
চৰকাৰী ভাষাইংৰাজী[1][2][3]
ৱেবছাইটarunachalpradesh.nic.in

অৰুণাচল প্ৰদেশ (হিন্দী: अरुणाचल प्रदेश, pronounced [ərʊˈɳaːtɕəl prəˈd̪eːɕ] ( শুনক)) ভাৰত গণৰাজ্যৰ এখন ৰাজ্য। এইখন উত্তৰ-পূব ভাৰতত অৱস্থিত। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক। সংষ্কৃতত অৰুণাচল প্ৰদেশৰ অৰ্থ "পুৱতিৰ আলোকেৰে আলোকিত দেশ "[4] উত্তৰ-পূব ভাৰতত ইয়াৰ অৱস্থানৰ বাবে অৰুণাচল প্ৰদেশক সূৰ্য্য উঠা দেশ বুলিও জনা যায়।[5] ("প্ৰদেশৰ" অৰ্থ "ৰাজ্য", বা "অঞ্চল")। উত্তৰ-পূৱ ভাৰতৰ আন আন ৰাজ্যৰ দৰে অৰুণাচল প্ৰদেশৰো সৰহ সংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ। দিত্বীয় বিশ্বযুদ্ধৰ সময়ৰ চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী বিখ্যাত লিডু-বাৰ্মা পথ (ষ্টিলৱেল পথ)ৰাজ্যখনৰ পূৱ প্ৰান্তেদি গৈছে।

Other Languages
беларуская: Аруначал-Прадэш
беларуская (тарашкевіца)‎: Аруначал-Прадэш
български: Аруначал Прадеш
বিষ্ণুপ্রিয়া মণিপুরী: অরুণাচল প্রদেশ
Nordfriisk: Arunachal Pradesh
गोंयची कोंकणी / Gõychi Konknni: अरुणाचल प्रदेश
Fiji Hindi: Arunachal Pradesh
hornjoserbsce: Arunačal Pradeš
Bahasa Indonesia: Arunachal Pradesh
Qaraqalpaqsha: Arunachal Pradesh
कॉशुर / کٲشُر: اروناچل پردیش
Lëtzebuergesch: Arunachal Pradesh
لۊری شومالی: آروناچال پرادش
македонски: Аруначал Прадеш
Bahasa Melayu: Arunachal Pradesh
नेपाल भाषा: अरुणाचल प्रदेश
Nederlands: Arunachal Pradesh
norsk nynorsk: Arunachal Pradesh
Kapampangan: Arunachal Pradesh
português: Arunachal Pradesh
srpskohrvatski / српскохрватски: Arunachal Pradesh
Simple English: Arunachal Pradesh
slovenčina: Arunáčalpradéš
српски / srpski: Аруначал Прадеш
Türkmençe: Arunaçal Pradeş
українська: Аруначал-Прадеш
oʻzbekcha/ўзбекча: Arunachal-Pradesh
Tiếng Việt: Arunachal Pradesh
Bân-lâm-gú: Arunachal Pradesh